🌗At-Tawbah[Part-173(09:06-12)]

Part-173(09:06-12)At-Tawbah
Video by # MuktabulHussain
.
🟥মিনি সূচিঃPart-173(09:06-12)
9:6(Idolators are granted Safe Passage if They seek It)
9:7(Remain upright/(establish)-Example)
9:9(Trade, frequently mentioned in the Qur’an, indicates: Fulfilling selfish desires for instant gains at the cost of disregarding Permanent Moral Values-Note)
9:11(Quran Explain in details itself-see note)
9:12(The Oaths of the Leaders of Disbelief mean nothing to Them -see v.ref)
।।।
🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
🟥৯:৬
وَإِنْ أَحَدٌ مِنَ الْمُشْرِكِينَ اسْتَجَارَكَ فَأَجِرْهُ حَتَّىٰ يَسْمَعَ كَلَامَ اللَّهِ ثُمَّ أَبْلِغْهُ مَأْمَنَهُ ۚ ذَٰلِكَ بِأَنَّهُمْ قَوْمٌ لَا يَعْلَمُونَ
আৰু মুশ্বৰিকসকলৰ কোনোবাই যদি তোমাৰ ওচৰত আশ্ৰয় বিচাৰে তেন্তে তুমি তাক আশ্ৰয় দিবা, যাতে সি আল্লাহৰ বাণী শুনিব পাৰে, তাৰ পিছত তাক নিৰাপদ ✔️স্থানলৈ পৌঁচাই দিবা; কাৰণ সিহঁত এনে এটা সম্প্ৰদায় যিসকলে একোৱে নাজানে।
.
[9:6] And (Wa) if (In') anyone (Ahadun) among (Mina) the polytheists (El'Mush'rikiina) should seek your 
protection (s) (Es'tajaara-ka), then (Fa) protect him (Ajir'hu) until (Hattaa) he hears (Yas'maå) the words of 
GOD(Kalaama-llahi), then (Thumma) deliver him (Ab'lig'hu) to his shelter (Ma'mana-hu). That (Zaalika) is 
because they (Bi'anna-hum') are a people (Qaw'mun) who do not (Laa) know (Ya'lamuun).
.
📍Note/Reference:
"his place of security" ✔️(ma'manahu)-i.e., "let him rejoin his homeland" , which implies that he is free to accept or not to accept the message of the Qur'an: a further re-affirmation of the Qur'anic injunction that "there shall be no coercion in matters of faith" (*2:256).
২:২৫৬*
لَا إِكْرَاهَ فِي الدِّينِ ۖ قَدْ تَبَيَّنَ الرُّشْدُ مِنَ الْغَيِّ ۚ فَمَنْ يَكْفُرْ بِالطَّاغُوتِ وَيُؤْمِنْ بِاللَّهِ فَقَدِ اسْتَمْسَكَ بِالْعُرْوَةِ الْوُثْقَىٰ لَا انْفِصَامَ لَهَا ۗ وَاللَّهُ سَمِيعٌ عَلِيمٌ
দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই; সত্য পথ ভ্ৰান্ত পথৰ পৰা সুস্পষ্ট হৈছে। এতেকে যিয়ে তাগুতক অস্বীকাৰ কৰিব আৰু আল্লাহৰ প্ৰতি ঈমান আনিব সি এনেকুৱা এডাল ৰছীত খামুচি ধৰিলে যিডাল কেতিয়াও বিচ্ছিন্ন নহ’ব; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।
.
🟥৯:৭
كَيْفَ يَكُونُ لِلْمُشْرِكِينَ عَهْدٌ عِنْدَ اللَّهِ وَعِنْدَ رَسُولِهِ إِلَّا الَّذِينَ عَاهَدْتُمْ عِنْدَ الْمَسْجِدِ الْحَرَامِ ۖ فَمَا 👈اسْتَقَامُوا لَكُمْ 👈فَاسْتَقِيمُوا لَهُمْ ۚ إِنَّ اللَّهَ يُحِبُّ الْمُتَّقِينَ
আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত মুশ্বৰিকসকলৰ চুক্তি কেনেকৈ বলবৎ থাকিব? কিন্তু যিসকলৰ লগত মছজিদুল হাৰামৰ সন্নিকটত তোমালোকে পাৰস্পাৰিক চুক্তিত আবদ্ধ হৈছিলা, যেতিয়ালৈকে সিহঁতে তোমালোকৰ চুক্তিত স্থিৰ থাকিব তোমালোকেও সিহঁতৰ চুক্তিত স্থিৰ থাকিবা, নিশ্চয় আল্লাহে মুত্তাক্বীসকলক পছন্দ কৰে।
.
[9:7] How (Kai'fa) can there be (Yakuunu) an agreement (Åh'dun) for the polytheists (Lil' Mush'rikiina) with 
GOD (Endallahi) and (Wa) with (Enda) HIS messenger (Rasuuli-hi)? Except (illa) those who (Ellaziina) made 
an agreement with you (Ååhadttum) at (Enda) the Sacred Mosque (El'Mas'jidil' Haraami); so long as (Famaa)
they remain upright to you (the believers) (Es'taqaamu' Lakum'), then (Fa) remain upright to them (Es'taqiimu' 
Lahum'). Indeed, GOD (Innallaha) loves (Yuhibbu) those who are pious (El'Muttaqiin).
.
(Example of 👉Qaf-Waw-Miim  (ق و م): establish:

22:41 They are the ones who if We give them power in the land, establish Salaat (the Divine System), and set up the Just Economic Order (in which wealth circulates freely to nourish every member of the society, and the basic needs of all individuals are taken care of). They promote the Permanent Moral Values and discourage what the Qur’an forbids. And in their governance all affairs are decided according to God's decrees (given in the Qur’an. 5:44-47).
.
📍See verse 9:4
৯:৪
إِلَّا الَّذِينَ عَاهَدْتُمْ مِنَ الْمُشْرِكِينَ ثُمَّ لَمْ يَنْقُصُوكُمْ شَيْئًا وَلَمْ يُظَاهِرُوا عَلَيْكُمْ أَحَدًا فَأَتِمُّوا إِلَيْهِمْ عَهْدَهُمْ إِلَىٰ مُدَّتِهِمْ ۚ إِنَّ اللَّهَ يُحِبُّ الْمُتَّقِينَ
কিন্তু মুশ্বৰিকসকলৰ মাজত যিসকলৰ লগত তোমালোকৰ চুক্তি আছে, এতেকে সিহঁতে তোমালোকৰ চুক্তি ৰক্ষাত কোনো ত্ৰুটিও কৰা নাই আৰু তোমালোকৰ বিৰুদ্ধে আনক সহায়ও কৰা নাই, তেন্তে তোমালোকে সিহঁতৰ লগত নিৰ্দিষ্ট ম্যাদ পৰ্যন্ত চুক্তি পূৰ্ণ কৰা; নিশ্চয় আল্লাহে মুত্তাক্বীসকলক পছন্দ কৰে।
.
📍Verse reference:
৪৮:২৫
هُمُ الَّذِينَ كَفَرُوا وَصَدُّوكُمْ عَنِ الْمَسْجِدِ الْحَرَامِ وَالْهَدْيَ مَعْكُوفًا أَنْ يَبْلُغَ مَحِلَّهُ ۚ وَلَوْلَا رِجَالٌ مُؤْمِنُونَ وَنِسَاءٌ مُؤْمِنَاتٌ لَمْ تَعْلَمُوهُمْ أَنْ تَطَئُوهُمْ فَتُصِيبَكُمْ مِنْهُمْ مَعَرَّةٌ بِغَيْرِ عِلْمٍ ۖ لِيُدْخِلَ اللَّهُ فِي رَحْمَتِهِ مَنْ يَشَاءُ ۚ لَوْ تَزَيَّلُوا لَعَذَّبْنَا الَّذِينَ كَفَرُوا مِنْهُمْ عَذَابًا أَلِيمًا
সিহঁতেই কুফৰী কৰিছিল আৰু তোমালোকক বাধা প্ৰদান কৰিছিল মছজিদুল হাৰামৰ পৰা লগতে বাধা প্ৰদান কৰিছিল কুৰবানীৰ বাবে আৱদ্ধ পশুবিলাকক যথাস্থানত লৈ যাবলৈ। যদি (মক্কাত) মুমিন পুৰুষ আৰু মুমিনা নাৰীসকল নাথাকিলহেঁতেন, যিসকলৰ বিষয়ে তোমালোকে নাজানা যে, তোমালোকে অজ্ঞতাবশতঃ তেওঁলোকক পদদলিত কৰিবা, ফলত তেওঁলোকৰ কাৰণে তোমালোকেই অপৰাধী আৰু দোষী সাব্যস্ত হ’লাহেঁতেন, (তথাপিও তেওঁ যুদ্ধৰ অনুমতি দিলেহেঁতেন। কিন্তু আল্লাহে তোমালোকক তেতিয়া যুদ্ধৰ অনুমতি দিয়া নাছিল) যাতে আল্লাহে নিজ ইচ্ছামতে যাক ইচ্ছা তেওঁৰ অনুগ্ৰহত প্ৰৱেশ কৰাব পাৰে। যদি তেওঁলোক পৃথক হৈ থাকিলেহেঁতেন, তেন্তে অৱশ্যে আমি সিহঁতৰ মাজত কাফিৰবিলাকক যন্ত্ৰণাদায়ক শাস্তি প্ৰদান কৰিলোহেঁতেন।
.
🟥৯:৮
كَيْفَ وَإِنْ يَظْهَرُوا عَلَيْكُمْ لَا يَرْقُبُوا فِيكُمْ إِلًّا وَلَا ذِمَّةً ۚ يُرْضُونَكُمْ بِأَفْوَاهِهِمْ وَتَأْبَىٰ قُلُوبُهُمْ وَأَكْثَرُهُمْ فَاسِقُونَ
কেনেকৈ চুক্তি বলবৎ থাকিব? অথচ সিহঁতে যদি তোমালোকৰ ওপৰত বিজয় লাভ কৰে তেন্তে সিহঁতে তোমালোকৰ আত্মীয়তাৰ আৰু অঙ্গীকাৰৰ কোনো মৰ্যাদা নিদিব; সিহঁতে কেৱল মুখেৰেহে তোমালোকক সন্তুষ্ট কৰে; কিন্তু সিহঁতৰ হৃদয়ে সেয়া অস্বীকাৰ কৰে; আৰু সিহঁতৰ অধিকাংশই ফাছিক্ব।
.
[9:8] How (Kai'fa), while (Wa) if (In) they overcome you (Yaz'haru' Ålai'kum'), they do not (Laa) observe 
(Yar'qubu') a family (illan) among you (Fiikum') nor (Walaa) protection (Zimmatan)? They please you 
(Yur'duuna-kum) with (Bi) their mouths (Af'waahi-him'), but (Wa) their hearts (Quluubu-hum') decline 
(Ta'baa), and (Wa) most of them (Ak'tharu-hum') are immoral (Faasiquun).
.
🟥৯:৯
اشْتَرَوْا🔸 بِآيَاتِ اللَّهِ ثَمَنًا قَلِيلًا فَصَدُّوا عَنْ سَبِيلِهِ ۚ إِنَّهُمْ سَاءَ مَا كَانُوا يَعْمَلُونَ
সিহঁতে আল্লাহৰ আয়াতসমূহক তুচ্ছ মূল্যত 🔸বিক্ৰী কৰি দিছে ফলত সিহঁতে মানুহক তেওঁৰ পথৰ পৰা নিবৃত্ত কৰিছে, নিশ্চয় সিহঁতে যি কৰিছে সেয়া অতি নিকৃষ্ট!
.
[9:9] They have traded (Esh'taraw') the verses of GOD (Aayaati-llahi) for (Bi) a little (Qaliilan) price 
(Thamanan) and (Fa) turned away from (Soddu' Ån) HIS way (Sabiili-hi). Indeed (Inna), evil (Saa'a) is what 
(Maa) they have been (Kaanu') doing (Ya'maluun). 
.
📍Verse/Note:
9:9 They trade away God’s revelations for petty gains and hinder people from His path. Their deeds spread inequity and confusion in the society.
Note:
This 🔸trade, frequently mentioned in the Qur’an, indicates: Fulfilling selfish desires for instant gains at the cost of disregarding Permanent Moral Values.
(🔸2:16, 2:41, 2:86, 2:102, 2:275, 16:95, 3:77, 3:130, 3:187, 3:199, 4:29, 5:44, 7:90, 9:9, 
61:10)
.
🟥৯:১০
لَا يَرْقُبُونَ فِي مُؤْمِنٍ إِلًّا وَلَا ذِمَّةً ۚ وَأُولَٰئِكَ هُمُ الْمُعْتَدُونَ
সিহঁতে কোনো মুমিনৰ লগত আত্মীয়তাৰ আৰু অঙ্গীকাৰৰ মৰ্যাদা ৰক্ষা নকৰে, আৰু সিহঁতেই সীমালংঘনকাৰী।
.
[9:10] They do not (Laa) observe (Yar'qubuuna) concerning (Fii) a believing (Mu'minin) family (illan) nor 
(Walaa) protection (Zimmatan). And (Wa) they (Humu) are those (U'laaika) who are the aggressors 
(El'Mu'taduun).
.
📍Verse/Note:
(9:10) So far from adhering to the terms of the treaties made with the Divine Order, they do not even respect their ties of relationship with the believers. They transgress beyond the limits of social relationships (*42/23)(pz).
(৪২:২৩*
ذَٰلِكَ الَّذِي يُبَشِّرُ اللَّهُ عِبَادَهُ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ ۗ قُلْ لَا أَسْأَلُكُمْ عَلَيْهِ أَجْرًا إِلَّا الْمَوَدَّةَ فِي الْقُرْبَىٰ ۗ وَمَنْ يَقْتَرِفْ حَسَنَةً نَزِدْ لَهُ فِيهَا حُسْنًا ۚ إِنَّ اللَّهَ غَفُورٌ شَكُورٌ
এইটোৱেই সেই সুসংবাদ, যিটো আল্লাহে তেওঁৰ বান্দাসকলক দিছে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। কোৱা, ‘মই ইয়াৰ বিনিময়ত তোমালোকৰ পৰা কেৱল আত্মীয়তাৰ সৌহাৰ্দ্যৰ বাহিৰে আন একো প্ৰতিদান নিবিচাৰো’। যিয়ে উত্তম কাম কৰে আমি তাৰ বাবে ইয়াত কল্যাণ বৃদ্ধি কৰি দিওঁ। নিশ্চয় আল্লাহ অত্যন্ত ক্ষমাশীল, গুণগ্ৰাহী।)
.
🟥৯:১১
فَإِنْ تَابُوا وَأَقَامُوا الصَّلَاةَ وَآتَوُا الزَّكَاةَ فَإِخْوَانُكُمْ فِي الدِّينِ ۗ وَنُفَصِّلُ الْآيَاتِ لِقَوْمٍ يَعْلَمُونَ
এতেকে সিহঁতে যদি তাওবা কৰে, চালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে, তেন্তে সিহঁতে তোমালোকৰ দ্বীনি ভাই; আৰু আমি আয়াতসমূহ স্পষ্টভাৱে 🇮🇳বৰ্ণনা কৰো এনে সম্প্ৰদায়ৰ বাবে যিসকলে জানে।
.
[9:11] But (Fa) if (In) they repent (Taabu'), establish (Aqaamu') Prayer (Es'Solaata) and (Wa) give (Aatawu')
Charity (Ez'Zakaata), then (Fa)
they are your brethren (Ikh'waanu-kum') in (Fii) the religion (*3:85) (Ed'Diini); and 
(Wa) We have explained🇮🇳 (Nufassilu) the verses (El'Aayaati) for (Li) people (Qaw'min) who know (Ya'lamuun).
(৩:৮৫
وَمَنْ يَبْتَغِ غَيْرَ الْإِسْلَامِ دِينًا فَلَنْ يُقْبَلَ مِنْهُ وَهُوَ فِي الْآخِرَةِ مِنَ الْخَاسِرِينَ
আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব তাৰ পৰা কেতিয়াও সেয়া গ্ৰহণ কৰা নহ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব।)
.
(🇮🇳See Quran Explain in details itself.Link:
.
📍Verse/Note:
9:11 If they mend their ways, (and as law-abiding citizens), help consolidate the Divine System, and the Economic Order of Zakaat, then they are your brothers in the System of Life. We explain Our messages for those who wish to learn.
Note.
The usual translation of this verse conveys the meaning that if they start praying five times a day and give 2.5% poor-due per year, then they are your brothers in religion. This interpretation goes directly against the all-encompassing Ordinance of God that there is no compulsion or coercion in Deen Islam.*2:256(sa).
(*See the verse at 9:6 note).
.
🟥৯:১২
وَإِنْ نَكَثُوا أَيْمَانَهُمْ مِنْ بَعْدِ عَهْدِهِمْ وَطَعَنُوا فِي دِينِكُمْ فَقَاتِلُوا أَئِمَّةَ الْكُفْرِ ۙ إِنَّهُمْ لَا أَيْمَانَ لَهُمْ لَعَلَّهُمْ يَنْتَهُونَ
আৰু যদি সিহঁতে সিহঁতৰ চুক্তিৰ পিছত নিজৰ প্ৰতিশ্ৰুতি ভঙ্গ কৰে আৰু তোমালোকৰ দ্বীন সম্পৰ্কে কটুক্তি কৰে, তেন্তে কুফৰৰ নেতাসকলৰ লগত যুদ্ধ কৰা; নিশ্চয় সিহঁত এনেকুৱা লোক যিসকলৰ কোনো প্ৰতিশ্ৰুতি নাই; যাতে সিহঁতে বিৰত থাকে।
.
[9:12] And (Wa) if (In) they violate (Nakathuu') their oaths (*16:92) (Ai'maana-hum) after (Min Ba'di) their 
agreement (Åh'di-him’) and challenge (Toånu') against (Fii) your religion (Diini-kum), then (Fa) fight 
(Qaatiluu') the leaders (**28:41) (A'immata) of disbelief (El'Kuf'ri). Indeed, they (Innahum) shall have (Lahum) no 
(Laa) rights (oaths) (Ai'maana), perhaps they (Laållahum) will refrain (Yantahuun).
(১৬:৯২*
وَلَا تَكُونُوا كَالَّتِي نَقَضَتْ غَزْلَهَا مِنْ بَعْدِ قُوَّةٍ أَنْكَاثًا تَتَّخِذُونَ أَيْمَانَكُمْ دَخَلًا بَيْنَكُمْ أَنْ تَكُونَ أُمَّةٌ هِيَ أَرْبَىٰ مِنْ أُمَّةٍ ۚ إِنَّمَا يَبْلُوكُمُ اللَّهُ بِهِ ۚ وَلَيُبَيِّنَنَّ لَكُمْ يَوْمَ الْقِيَامَةِ مَا كُنْتُمْ فِيهِ تَخْتَلِفُونَ
তোমালোকে সেই নাৰীৰ দৰে নহ’বা, যিয়ে মজবুতকৈ সূতা কটাৰ পিছত সেয়া তাই নিজেই টুকুৰা-টুকুৰ কৰি পেলায়। (কিয়নো) তোমালোকৰ শপত তোমালোকে পৰস্পৰক প্ৰবঞ্চনা কৰাৰ বাবে ব্যৱহাৰ কৰি থাকা, যাতে এটা দলে আনটো দলতকৈ বেছি লাভৱান হয়। নিশ্চয় আল্লাহে ইয়াৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰে। অৱশ্যে আল্লাহে কিয়ামতৰ দিনা সেয়া তোমালোকৰ ওচৰত স্পষ্ট বৰ্ণনা কৰি দিব যি বিষয়ে তোমালোকে মতানৈক্য কৰিছা।)
(২৮:৪১
وَجَعَلْنَاهُمْ أَئِمَّةً يَدْعُونَ إِلَى النَّارِ ۖ وَيَوْمَ الْقِيَامَةِ لَا يُنْصَرُونَ
আৰু আমিয়ে সিহঁতক নেতৃত্ব দান কৰিছিলো; সিহঁতে মানুহক জাহান্নামৰ পিনে আহ্বান কৰিছিল; আৰু কিয়ামতৰ দিনা সিহঁতক সহায় কৰা নহ’ব।
.
🟥Quran🟥Analysis🟥Syedraf🟥

Popular posts from this blog

🌹Part-1(1:1-7)-Al-Fatiha[📍We should study Quran rather than just recite(38:29,4:82)]

🎯Part-212(11:82-87)Hud