⚫ Al-An'am[Part-123(06:21-32)]
Part-123(6:21-32)
⚫ https://youtu.be/TxasGfTubIU
(#muktabulhussain)
.
⚫মিনি সূচিঃPart-123(6:21-32)
6:21(যি আল্লাহ আৰু আয়াতৰ মিছা ৰচনা কৰে তেওঁলোকো যালিম)
6:22-24(Shrik,Danger-SeeNotes)(বহুমানুহ ঈমান পোষণ কৰা সত্বেও মুৰ্শৰিক-১২:১০৬)
6:25-31(যিসকলে কুফৰী কৰিছে সিহঁতৰ উদাহৰণ কলা, বোবা, অন্ধ; সেয়ে সিহঁতে নুবুজে-See notes)
6:32(পাৰ্থিৱ জীৱন কেৱল খেল-ধেমালিৰ বাহিৰে আন একো নহয় আৰু যিসকলে তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে আখিৰাতৰ আবাসেই উত্তম;)
।।।
⚫৬:২১
وَمَنْ أَظْلَمُ مِمَّنِ افْتَرَىٰ عَلَى اللَّهِ كَذِبًا أَوْ كَذَّبَ بِآيَاتِهِ ۗ إِنَّهُ لَا يُفْلِحُ الظَّالِمُونَ
যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে অথবা তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰে সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? নিশ্চয় যালিমসকলে সফলতা লাভ কৰিব নোৱাৰে।
.
[6:21] And (Wa) who (Man') is more unjust (Az'lamu) than one who (Mimmani) fabricates (Ef'taraa)falsehood (Kaziban) about GOD (Ålallahi) or (Aw') denies (Kazzaba Bi) HIS verses (Aayaati-hi)? Indeed(Innahu), the transgressors (Ez'Zoalimuun) will not (Laa) succeed (Yuf'lihu).
.
⚫৬:২২{Polytheists(Idol Worshipers) Deny Their Polytheism}
وَيَوْمَ نَحْشُرُهُمْ جَمِيعًا ثُمَّ نَقُولُ لِلَّذِينَ أَشْرَكُوا أَيْنَ شُرَكَاؤُكُمُ الَّذِينَ كُنْتُمْ تَزْعُمُونَ
আৰু যিদিনা আমি সিহঁত আটাইকে একত্ৰিত কৰিম, তাৰ পিছত যিসকলে শ্বিৰ্ক কৰিছে সিহঁতক সুধিম, ‘যিসকলক তোমালোকে মোৰ লগত অংশী স্থাপন কৰিছিলা সিহঁত এতিয়া ক’ত’?
.
[6:22] And (Wa) the day (Yaw'ma) We will assemble them (Nah'shuru-hum) all (Jamiiån); then (Thumma)
We will say (Naquulu) to those who (Lillaziina) have associated others (Ash'rakuu'), "Where (Ai'na) are
“your associates (idols)” (Shurakaau-kumu) whom (Ellaziina) you used to (Kuntum') allege (Taz'umuun)?"
.
📍
6:22 The day We gather them all, then We say to those who set up partners: "Where are your partners whom you used to claim?"
Note:
Those who associate man-made religious teachings and the opinions of their religious scholars with God's word and judgment are mushriks (polytheists), and yet they deny their shirk (polytheism). The relationship between the verses is obvious (Also, see 3:80; 6:148; 16:35; 53:19)(edip).
.
📍
Setting up an authority to rival or rank with God. Any person who does this is known as a traitor: a person who commits treason. (Arabic: mushriq, one who commits shirk.) People who follow rules and regulations (spurious hadith, cultural shariah laws etc.) conflicting with Quranic decrees have accepted those who make these laws as an authority to equal God and are therefore
mushrikeen, i.e. those who commit shirk: high treason, the most treacherous of all crimes, to accept an authority to rival God. However, here it is clear that they don't believe they have done any wrong and deny vehemently that they followed anything other than God's guidance. See verses and footnotes 2:105; 9:1-10. See also 31:6; 39:23; 68:37 and also 15:42.(sig).
.
📍১২:১০৬
وَمَا يُؤْمِنُ أَكْثَرُهُمْ بِاللَّهِ إِلَّا وَهُمْ مُشْرِكُونَ
সিহঁতৰ সৰহভাগ মানুহে ঈমান পোষণ কৰা সত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে।
.
⚫৬:২৩
ثُمَّ لَمْ تَكُنْ فِتْنَتُهُمْ إِلَّا أَنْ قَالُوا وَاللَّهِ رَبِّنَا مَا كُنَّا مُشْرِكِينَ
তেতিয়া সিহঁতৰ ওচৰত এই কথাৰ বাহিৰে আন কোনো অজুহাত নাথাকিব, ‘আমাৰ ৰব আল্লাহৰ শপত! আমি মুশ্বৰিক নাছিলো’।
.
[6:23] Then (Thumma) there will be (Takun) no (Lam') discord of theirs (Fit'natu-hum) except (illaa) that
(An) they will say (Qaalu'), "By GOD (Wallahi), our LORD (Rabbi-naa), we were (Kunna) not (Maa)
polytheists (Mush'rikiin)."
.
📍Verse/Note:
(6:23-24) At that time, they will be able to employ no subterfuge and perforce will have to say We swear by Allah that He is our Rabb and we never associated any authority with Him. Behold! how these people will lie against themselves, and those whom they have associated with Allah will desert them(pz).
.
⚫৬:২৪
انْظُرْ كَيْفَ كَذَبُوا عَلَىٰ أَنْفُسِهِمْ ۚ وَضَلَّ عَنْهُمْ مَا كَانُوا يَفْتَرُونَ
চোৱা, কেনেকৈ সিহঁতে নিজৰ ওপৰতে মিছা কৈ আছে আৰু যি মিছা সিহঁতে ৰচনা কৰিছিল সেয়া কেনেকৈ সিহঁতৰ পৰা হেৰাই গ’ল।
.
[6:24] Look (Enzur') how (Kai'fa) they will lie (Kazabu') about (Ålaa) themselves (Anfusi-him), and (Wa)
what (Maa) they used to (Kaanu') fabricate (Yaf'taruun) will divert (Dolla) from them (Ån'hum).
.
📍Verse/reference:
৪০:৭৩-৭৪
ثُمَّ قِيلَ لَهُمْ أَيْنَ مَا كُنْتُمْ تُشْرِكُونَ
তাৰ পিছত সিহঁতক কোৱা হ’ব, ‘কত সিহঁত যিসকলক তোমালোকে অংশীদাৰ স্থাপন কৰিছিলা,
৪০:৭৪
مِنْ دُونِ اللَّهِ ۖ قَالُوا ضَلُّوا عَنَّا بَلْ لَمْ نَكُنْ نَدْعُو مِنْ قَبْلُ شَيْئًا ۚ كَذَٰلِكَ يُضِلُّ اللَّهُ الْكَافِرِينَ
আল্লাহৰ বাহিৰে’? সিহঁতে ক’ব, ‘সিহঁত দেখোন আমাৰ পৰা আঁতৰি গৈছে; বৰং ইতিপূৰ্বে আমি কাকো আহ্বান কৰা নাছিলো’। এইদৰেই আল্লাহে কাফিৰসকলক বিভ্ৰান্ত কৰে।
.
⚫৬:২৫
وَمِنْهُمْ مَنْ يَسْتَمِعُ إِلَيْكَ ۖ وَجَعَلْنَا عَلَىٰ قُلُوبِهِمْ أَكِنَّةً أَنْ يَفْقَهُوهُ وَفِي آذَانِهِمْ وَقْرًا ۚ وَإِنْ يَرَوْا كُلَّ آيَةٍ لَا يُؤْمِنُوا بِهَا ۚ حَتَّىٰ إِذَا جَاءُوكَ يُجَادِلُونَكَ يَقُولُ الَّذِينَ كَفَرُوا إِنْ هَٰذَا إِلَّا أَسَاطِيرُ الْأَوَّلِينَ
আৰু সিহঁতৰ মাজৰ কিছুমানে তোমাৰ কথা কাণ পাতি শুনে, কিন্তু আমি সিহঁতৰ অন্তৰত আৱৰণ কৰি দিছো যাতে সিহঁতে সেয়া উপলব্ধি কৰিব নোৱাৰে, আৰু সিহঁতৰ কাণত আছে বধিৰতা। যদি গোটেই আয়াতো সিহঁতে প্ৰত্যক্ষ কৰে তথাপিও সিহঁতে ঈমান নানিব। আনকি সিহঁতে যেতিয়া তোমাৰ ওচৰত উপস্থিত হয়, তেতিয়া সিহঁতে তোমাৰ লগত বিতৰ্কত লিপ্ত হয়, যিসকলে কুফৰী কৰিছে সিহঁতে কয়, ‘এয়াতো আগৰ দিনৰ উপকথাৰ বাহিৰে আন একো নহয়’।
.
[6:25] And (Wa) among them (Min'hum) are those who (Man) listen (Yas'tamiu) to you (s) (ilai'ka), but (Wa)We place (Jaål'naa) coverings (Akinnatan) over (Ålaa) their hearts (Quluubi-him), lest (An) they
comprehend it (Yaf'qahuu-hu), and (Wa) deafness (Waq'ra) in (Fii) their ears (Aazaani-him). And if (In) they
should see (Yaraw') every (Kulla) verse (Aayatin), they would not (Laa) believe (Yu'minu') in it (Bihi), even (Hattaa) when (Izaa) those who (Ellaziina) disbelieve (Kafaruu') come to you(s) (Jaauu-ka) arguing with you (Yujaadiluunaka), they say (Yaquulu), "These (Haazaa) are only (In' illa) tales (Asaatiiru) of the past (El'Awwaliin)."
(17:45-46)
.
📍Verse/References:
A person becomes impervious to guidance: when an individual rejects guidance or witnesses an injustice and does not act to stop it, the character becomes passive and receptive to criminal activities, eventually losing the ability to understand or defend the truth, and even those they love. See verses 2:6,7; 4:155; 10:33; 30:59.(sig).
.
২:১৭১
وَمَثَلُ الَّذِينَ كَفَرُوا كَمَثَلِ الَّذِي يَنْعِقُ بِمَا لَا يَسْمَعُ إِلَّا دُعَاءً وَنِدَاءً ۚ صُمٌّ بُكْمٌ عُمْيٌ فَهُمْ لَا يَعْقِلُونَ
আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ উদাহৰণ তাৰ দৰে, যিয়ে এনে কাৰোবাক মাতিছে যিয়ে চিঞঁৰ বাখৰৰ বাহিৰে একো নুশুনে। সিহঁত কলা, বোবা, অন্ধ; সেয়ে সিহঁতে নুবুজে।
.
৮:২৩
وَلَوْ عَلِمَ اللَّهُ فِيهِمْ خَيْرًا لَأَسْمَعَهُمْ ۖ وَلَوْ أَسْمَعَهُمْ لَتَوَلَّوْا وَهُمْ مُعْرِضُونَ
আৰু আল্লাহে যদি সিহঁতৰ মাজত কিবা ভাল গুণ দেখিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতক শুনিবলৈ (সুযোগ) দিলেহেঁতেন। কিন্তু তেওঁ সিহঁতক শুনালেও সিহঁতে উপেক্ষা কৰি মুখ ঘূৰাই ল’লেহেঁতেন।
.
⚫৬:২৬
وَهُمْ يَنْهَوْنَ عَنْهُ وَيَنْأَوْنَ عَنْهُ ۖ وَإِنْ يُهْلِكُونَ إِلَّا أَنْفُسَهُمْ وَمَا يَشْعُرُونَ
আৰু সিহঁতে আনক এইবোৰ শুনাৰ পৰা বিৰত ৰাখে আৰু নিজেও এইবোৰ শুনাৰ পৰা দূৰত থাকে, আৰু সিহঁতে নিজেই নিজকে ধ্বংস কৰে, অথচ সিহঁতে উপলব্ধি নকৰে।
.
[6:26] And (Wa) they (Hum) refrain from it (Yan'haw'na Ån'hu) and (Wa) distant from it (Yan'aw'na Ån'hu).
But (Wa) they only (In illa) destroy (Yuh'likuuna) themselves (Anfusa-hum), and (Wa) they do not (Maa)
perceive (Yash'uruun).
.
📍Verse,note:
(6:26) These people turn away from your teachings themselves and also keep others away from them. They harm none except themselves but they do not realize how much loss they thus sustain.(pz).
.
⚫৬:২৭
وَلَوْ تَرَىٰ إِذْ وُقِفُوا عَلَى النَّارِ فَقَالُوا يَا لَيْتَنَا نُرَدُّ وَلَا نُكَذِّبَ بِآيَاتِ رَبِّنَا وَنَكُونَ مِنَ الْمُؤْمِنِينَ
তুমি যদি দেখিলাহেঁতেন যেতিয়া সিহঁতক জুইৰ ওপৰত থিয় কৰোৱা হ’ব তেতিয়া সিহঁতে ক’ব, ‘হায়’! যদি আমাক ওভোতাই দিয়া হ’লহেঁতেন, আমি আমাৰ প্ৰতিপালকৰ আয়াতসমূহ অস্বীকাৰ নকৰিলোহেঁতেন আৰু আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন।
.
[6:27] And (Wa) if (Law') you could see (Taraa) when (Iz') they (the deniers) are made to look at (Wuqifu' Ålaa)
the Fire (En'Naari), and (Fa) they will say (Qaalu'), "O (Yaa)! If only (Lai'tanaa) we could return (Nuraddu)
and not (Walaa) deny (Nukazziba Bi) the verses (Aayaati) of our LORD (Rabbi-naa) and be (Nakuuna)
among (Mina) the believers (El'Mu'miniin)."
.
⚫৬:২৮
بَلْ بَدَا لَهُمْ مَا كَانُوا يُخْفُونَ مِنْ قَبْلُ ۖ وَلَوْ رُدُّوا لَعَادُوا لِمَا نُهُوا عَنْهُ وَإِنَّهُمْ لَكَاذِبُونَ
বৰং আগতে সিহঁতে যি গোপন কৰিছিল সেয়া এতিয়া সিহঁতৰ ওচৰত প্ৰকাশ পাইছে; আৰু সিহঁতক (দুনাই পৃথিৱীলৈ) পঠোৱা হ’লেও সিহঁতক যি কৰিবলৈ নিষেধ কৰা হৈছিল, পুনৰ সিহঁতে তাকেই কৰিলেহেঁতেন; আৰু নিশ্চয় সিহঁত মিছলীয়া।
.
[6:28] In fact (Bal'), what (Maa) they used to (Kaanu') conceal (Yukh'fuuna) before (Min Qab'lu) has
appeared to them (Badaa La-hum). And (Wa) even if (Law') they were returned (Ruddu'), they would (La)
return (Åådu') to what (Limaa) they were forbidden (Nuhu' Ån'hu); for (Wa) indeed, they (Innahum) are (La)
liars (Kaazibuun).
.
📍
When caught, most people say they are sorry, not because they have any genuine remorse, but because they have been found out and in reality they will never change their ways.(sig).
.
📍ref 6:23-24 above.
১৭:১০২
قَالَ لَقَدْ عَلِمْتَ مَا أَنْزَلَ هَٰؤُلَاءِ إِلَّا رَبُّ السَّمَاوَاتِ وَالْأَرْضِ بَصَائِرَ وَإِنِّي لَأَظُنُّكَ يَا فِرْعَوْنُ مَثْبُورًا
মুছাই ক’লে, ‘তুমি অৱশ্যে জানা যে, এইবোৰ স্পষ্ট নিদৰ্শন আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালকেই অৱতীৰ্ণ কৰিছে—প্ৰত্যক্ষ প্ৰমাণস্বৰূপে। ‘হে ফিৰআউন! মোৰ মতে তুমি এজন ধ্বংসপ্ৰাপ্ত’।
.
২৭:১৪
وَجَحَدُوا بِهَا وَاسْتَيْقَنَتْهَا أَنْفُسُهُمْ ظُلْمًا وَعُلُوًّا ۚ فَانْظُرْ كَيْفَ كَانَ عَاقِبَةُ الْمُفْسِدِينَ
সিহঁতে অন্যায় আৰু উদ্ধতভাৱে নিদৰ্শনসমূহ প্ৰত্যাখ্যান কৰিলে, যদিও সিহঁতৰ অন্তৰে এইবোৰক নিশ্চিত সত্য বুলি গ্ৰহণ কৰিছিল। এতেকে চোৱা, বিপৰ্যয় সৃষ্টিকাৰীবিলাকৰ পৰিণাম কি হৈছিল!
.
⚫৬:২৯
وَقَالُوا إِنْ هِيَ إِلَّا حَيَاتُنَا الدُّنْيَا وَمَا نَحْنُ بِمَبْعُوثِينَ
আৰু সিহঁতে কয়, ‘আমাৰ পাৰ্থিৱ জীৱনেই একমাত্ৰ জীৱন আৰু আমাক পুনৰুত্থিতও কৰা নহ’ব’।
.
[6:29] And (Wa) they say (Qaaluu'), "There (Hiya) is only (In' illa) our (-naa) worldly (Ed'Dun'ya) life
(Hayaatu) and (Wa) we (Nah'nu) will not (Maa Bi) be resurrected (Mab'uuthiin)."
.
⚫৬:৩০
وَلَوْ تَرَىٰ إِذْ وُقِفُوا عَلَىٰ رَبِّهِمْ ۚ قَالَ أَلَيْسَ هَٰذَا بِالْحَقِّ ۚ قَالُوا بَلَىٰ وَرَبِّنَا ۚ قَالَ فَذُوقُوا الْعَذَابَ بِمَا كُنْتُمْ تَكْفُرُونَ
আৰু যদি তুমি দেখিলাহেঁতেন, যেতিয়া সিহঁতক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত থিয় কৰোৱা হ’ব, তেওঁ ক’ব, ‘এইটো প্ৰকৃত সত্য নহয় জানো’? সিহঁতে ক’ব, ‘আমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় এয়া সত্য’। তেওঁ ক’ব, ‘তেন্তে তোমালোকে যি কুফৰী কৰিছিলা তাৰ বাবে তোমালোকে এতিয়া শাস্তি ভোগ কৰা’।
.
[6:30] And (Wa) if (Law') you could see (Taraa) when (Iz') they will made to look at (Wuqifu' Ålaa) their
LORD (Rabbi-him). HE (God) will say (Qaala), "Is (A-) this (Haaza) not (-lai'sa Bi) the truth (El'Haqqi)?" They
will say (Qaalu'), "Certainly (Balaa), by (Wa) our LORD (Rabbi-naa)." HE will say (Qaala), "Then (Fa) taste
(Zuuqu') the punishment (El'Åzaaba) for what (Bimaa) you used to (Kuntum') disbelieve (Tak'furuun)."
.
📍ref
৫২:১৫
أَفَسِحْرٌ هَٰذَا أَمْ أَنْتُمْ لَا تُبْصِرُونَ
এইটো যাদু নেকি? নে তোমালোকে দেখা নোপোৱা!
.
⚫৬:৩১
قَدْ خَسِرَ الَّذِينَ كَذَّبُوا بِلِقَاءِ اللَّهِ ۖ حَتَّىٰ إِذَا جَاءَتْهُمُ السَّاعَةُ بَغْتَةً قَالُوا يَا حَسْرَتَنَا عَلَىٰ مَا فَرَّطْنَا فِيهَا وَهُمْ يَحْمِلُونَ أَوْزَارَهُمْ عَلَىٰ ظُهُورِهِمْ ۚ أَلَا سَاءَ مَا يَزِرُونَ
যিসকলে আল্লাহৰ সাক্ষাৎ অস্বীকাৰ কৰিছে সিহঁতে নিশ্চয় ক্ষতিগ্ৰস্ত হৈছে, আনকি সিহঁতৰ ওচৰত যেতিয়া হঠাৎ কিয়ামত আহি উপস্থিত হ’ব তেতিয়া সিহঁতে ক’ব, ‘হায়! ইয়াক আমি কিমান যে অৱহেলা কৰিছিলো তাৰ বাবে এতিয়া আফচোচ’। আৰু সিহঁতে সিহঁতৰ পাপসমূহ নিজৰ পিঠিত বহন কৰিব। সাৱধান! সিহঁতে যি বহন কৰিব সেয়া অতি নিকৃষ্ট!
.
.[6:31] Those who (Ellaziina) deny (Kazzabu' Bi) the meeting of GOD (Liqaai-llahi) will have (Qad') lost
(Khasira), until (Hattaa) when (Izaa) the Hour (Es'Saaåtu) comes to them (Jaa'at'humu) suprisingly (Bag'tatan),
they will say (Qaalu'), "O (Yaa)! Our heartbreak (Has'rata-naa) over (Ålaa) what (Maa) we neglected
(Farrat'naa) concerning it (Fiihaa)," and (Wa) they (Hum) will carry (Yah'miluuna) their burdens (Aw'zaara-
hum’) on (Ålaa) their backs (Zuhuuri-him’). Verily (Ala), evil (Saa'a) is what (Maa) they will bear (Yaziruun).
.
⚫৬:৩২(Rearranging Our Priorities)
وَمَا الْحَيَاةُ الدُّنْيَا إِلَّا لَعِبٌ وَلَهْوٌ ۖ وَلَلدَّارُ الْآخِرَةُ خَيْرٌ لِلَّذِينَ يَتَّقُونَ ۗ أَفَلَا تَعْقِلُونَ
আৰু পাৰ্থিৱ জীৱন কেৱল খেল-ধেমালিৰ বাহিৰে আন একো নহয় আৰু যিসকলে তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে আখিৰাতৰ আবাসেই উত্তম; তথাপিও তোমালোকে নুবুজানে?
.
[6:32] And (Wa) the worldly (Ed'Dun'yaa) life (El'Hayaatu) is only (Maa illa) play (Laebun) and (Wa)
amusement (Lah'wun); but (Wa) the (La) Home (Daaru) of the hereafter (El'Aakhiratu) is better (Khai'run)
for those who (Lillaziina) are pious (Yattaquun). Will you then not (Afalaa) reason (Ta'qiluun)?
.
📍Verse ref link for Assamese translation:
https://muktabulraf.blogspot.com/2021/12/632-ref.html?m=1
.
⚫ analysis⚫ compiled⚫ syedraf⚫
....ooo....