🔵 Al-Maidah[Part-117(05:92-97)]

Part-117(5:92-97)
🌈 https://youtu.be/zYatTeIjkZ0
(#muktabulhussain)
.
🌈মিনি সূচিঃPart-117(5:92-97)
5:92(Obey Allah and Obey the Messenger- see Notes in 👉Details)
5:93(Muttaqi, Good-Deeds, Do-Don't- See Notes)
5:94(Allah explain the Taqwa/Muttaqi in this verse)
5:95-97(Hajj-See Notes+IIQAS video-Taqwa) 
🌈৫:৯২
وَأَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ وَاحْذَرُوا ۚ فَإِنْ تَوَلَّيْتُمْ فَاعْلَمُوا أَنَّمَا عَلَىٰ رَسُولِنَا الْبَلَاغُ الْمُبِينُ
আৰু তোমালোকে আল্লাহৰ🌴 আনুগত্য কৰা আৰু ৰাছুলৰ🌴 আনুগত্য কৰা লগতে সাৱধানতা অৱলম্বন কৰা; তথাপিও যদি তোমালোকে বিমুখ হোৱা তেন্তে জানি থোৱা যে, আমাৰ ৰাছুলৰ দায়িত্ব🦚 কেৱল সুস্পষ্টভাৱে প্ৰচাৰ কৰা।
.
[5:92] So (Wa) obey GOD🌴 (Atiiu') and obey (Atiiu') the Messenger🌴 (Er'Rasuula) and (Wa) be careful(Eh'zaru'), but (Fa) if (In) you turn away (Tawallai'tum'), then (Fa) know (E'lamuu') that only (Annamaa) the 
clear (El'Mubiin) notification🦚 (El'Balaagu) is upon (Ålaa) Our messenger (24:54🍒) (Rasuuli-naa).
(🍒২৪:৫৪
قُلْ أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ ۖ فَإِنْ تَوَلَّوْا فَإِنَّمَا عَلَيْهِ مَا حُمِّلَ وَعَلَيْكُمْ مَا حُمِّلْتُمْ ۖ وَإِنْ تُطِيعُوهُ تَهْتَدُوا ۚ وَمَا عَلَى الرَّسُولِ إِلَّا الْبَلَاغُ الْمُبِينُ
কোৱা, ‘তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা’। তথাপিও যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে তেওঁ কেৱল তেওঁৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে দায়ী আৰু তোমালোকৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে তোমালোক নিজেই দায়ী; যদি তোমালোকে তেওঁৰ আনুগত্য কৰা তেন্তে সৎপথ পাবা, দৰাচলতে ৰাছুলৰ দায়িত্ব কেৱল সুস্পষ্টভাৱে পৌঁচাই দিয়া।)
.
📍Note-1🌴
"Obey Allah and Obey the Messenger"-Read in details, Click link:
https://muktabulraf.blogspot.com/2021/12/102-httpswww.html?m=1
.
📍Note-2🦚
The duty of the messenger: See link:
https://muktabulraf.blogspot.com/2021/12/the-duty-of-messenger.html?m=1
.
🌈৫:৯৩
لَيْسَ عَلَى الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ جُنَاحٌ فِيمَا طَعِمُوا إِذَا مَا اتَّقَوْا وَآمَنُوا وَعَمِلُوا الصَّالِحَاتِ ثُمَّ اتَّقَوْا وَآمَنُوا ثُمَّ اتَّقَوْا وَأَحْسَنُوا ۗ وَاللَّهُ يُحِبُّ الْمُحْسِنِينَ
যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে ইয়াৰ আগতে যিবোৰ পানাহাৰ কৰিছে তাৰ বাবে তেওঁলোকৰ কোনো গুণাহ নাই, যদি তেওঁলোকে তাক্বৱা⛱️ অৱলম্বন কৰে, ঈমান আনে আৰু সৎকৰ্ম💚 কৰে। তাৰ পিছত তেওঁলোকে তাক্বৱা⛱️ অৱলম্বন কৰে আৰু ঈমান আনে। তাৰ পিছত তেওঁলোকে তাক্বৱা অৱলম্বন কৰে আৰু ইহছান💚 কৰে। তেন্তে (জানি থোৱা) আল্লাহে মুহছীনসকলক💚 পছন্দ কৰে।
(💚-see below note-2 link)
.
[5:93] There is no (Lai'sa) blame (Junaaha) on (Ålaa) those who (Ellaziina) believe (Aamanu') and do (Åmilu')good deeds (Es'Soalihaati) concerning what (Fiimaa) they have tasted (Toemuu'), so (Izaa) long as (Maa) they reverence (Ettaqaw), believe (Aamanu') and (Wa) do (Åmilu') good deeds (Es'Soalihaati), then (Thumma)become pious (Ettaqaw') and (Wa) believe (Aamanu'), then (Thumma) become pious (Ettaqaw') and (Wa) do well (Ah'sanu'). And (Wa) GOD (Ellahu) loves (Yuhibbu) those who are benevolent (El'Muh'siniin).
.
📍Note-1
5:93-94-Explination of Muttaqi-See link:
https://muktabulraf.blogspot.com/2021/12/fear-ellah-muttaqi-sl24-25.html?m=1
.
📍Note-2
Good deeds, Do-Don't- click link:
https://muktabulraf.blogspot.com/2021/12/agood-doers-with-bdo-dont-in-quran-2885.html?m=1
.
🌈৫:৯৪ 
يَا أَيُّهَا الَّذِينَ آمَنُوا لَيَبْلُوَنَّكُمُ اللَّهُ بِشَيْءٍ مِنَ الصَّيْدِ تَنَالُهُ أَيْدِيكُمْ وَرِمَاحُكُمْ لِيَعْلَمَ اللَّهُ مَنْ يَخَافُهُ بِالْغَيْبِ ۚ فَمَنِ اعْتَدَىٰ بَعْدَ ذَٰلِكَ فَلَهُ عَذَابٌ أَلِيمٌ
হে ঈমান্দাৰসকল! আল্লাহে তোমালোকক অৱশ্যে পৰীক্ষা কৰিব চিকাৰৰ এনেকুৱা বস্তুৰ দ্বাৰা যিবোৰ তোমালোকৰ হাতৰ আৰু বল্লমৰ আওতাত থাকে, যাতে আল্লাহে প্ৰকাশ কৰি দিয়ে যে, কোনে তেওঁক নেদেখাকৈয়ে ভয় পায়। সেয়ে ইয়াৰ পিছতো কোনোবাই সীমালংঘন কৰিলে তাৰ বাবে কষ্টদায়ক শাস্তি আছে।
.
[5:94] O you (Yaa Ayyuha) who (Ellaziina) believe (Aamanu'), GOD (Ellahu) will (La) test you (p)(Yab'luwannakumu) with (Bi) something (Shai'in) of (Mina) hunting (game) (Es'Soi'di) which (-hu) your hands 
(Ai'dii-kum') and (Wa) your spears (Rimaahu-kum') shall acquire (Tanaalu-), so that (Li) GOD (Ellahu) may expose (Ya'lama) those who (Man) fear HIM (Yakhaafu-hu) in the unseen (Bil' Gai'bi). And (Wa) wheover 
(Mani) trespasses (E'tadaa) after (Ba'da) that (Zaalika), then (Fa) he will have (Lahu) a painful (Aliim)punishment (Åzaabun).
.
📍Note:-Fine explanation regarding Muttaqi-See above 5:93 note link.
📍Note: See 2:177 note.
.
🌈৫:৯৫(Hajj)
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَقْتُلُوا الصَّيْدَ وَأَنْتُمْ حُرُمٌ ۚ وَمَنْ قَتَلَهُ مِنْكُمْ مُتَعَمِّدًا فَجَزَاءٌ مِثْلُ مَا قَتَلَ مِنَ النَّعَمِ يَحْكُمُ بِهِ ذَوَا عَدْلٍ مِنْكُمْ هَدْيًا بَالِغَ الْكَعْبَةِ أَوْ كَفَّارَةٌ طَعَامُ مَسَاكِينَ أَوْ عَدْلُ ذَٰلِكَ صِيَامًا لِيَذُوقَ وَبَالَ أَمْرِهِ ۗ عَفَا اللَّهُ عَمَّا سَلَفَ ۚ وَمَنْ عَادَ فَيَنْتَقِمُ اللَّهُ مِنْهُ ۗ وَاللَّهُ عَزِيزٌ ذُو انْتِقَامٍ
হে ঈমান্দাৰসকল! তোমালোকে ইহৰামত থকা অৱস্থাত চিকাৰ (জন্তু) হত্যা নকৰিবা, আৰু যদি তোমালোকৰ মাজত কোনোবাই সেয়া ইচ্ছাকৃতভাৱে হত্যা কৰে তেন্তে সি যিটো হত্যা কৰিছে তাৰ বিনিময় হৈছে অনুৰূপ গৃহপালিত জন্তু, যাৰ ফয়চালা কৰিব তোমালোকৰ মাজৰ দুজন ন্যায়বিচাৰক লোকে- কুৰবানীৰ জন্তু হিচাপে কা’বালৈ পৌঁচাব লাগিব নাইবা ইয়াৰ কাফফাৰা হ’ব দৰিদ্ৰক খাদ্য দান কৰা অথবা সেই অনুপাতে ছিয়াম পালন কৰা, যাতে সি নিজ কৃতকৰ্মৰ ফল ভোগ কৰিব পাৰে। আগতে যি হৈছে আল্লাহে সেয়া ক্ষমা কৰিছে। কিন্তু কোনোবাই যদি সেয়া আকৌ কৰে তেন্তে আল্লাহে তাৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিব আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।
.
[5:95] O you (Yaa Ayyuha) who (Ellaziina) believe (Aamanu'), do not (Laa) kill (Taq'tulu') a game (Es'Soi'da)
while (Wa) you (Antum') are in the state of holiness (Hurumun). And (Wa) whoever (Man) among you 
(Minkum) kills it (Qatala-hu) deliberately (Mutaåmmidan), then (Fa) the requital (Jazaa'un) is the like
(Mith'lu) of livestock (En'Naåmi) which (Maa) he killed (Qatala), for which (Bihi) two of (Zawaa) justice 
(Åd'lin) among you (Minkum') shall decide (Yah'kumu), as sacrifice (Had'ya) to be delivered (Baaliga) at the 
Cube (Kaaba) (El'Ka'bati), or (Aw') an atonement (Kaffaaratun) of feeding (Toååmu) poor people (Masaakiina) or 
amend (Åd'lu) that (Zaalika) in fasting (Siyaaman), that (Li) he may taste (Yazuuqa) the evil consequences 
(Wabaala) of his stupidity (Am'ri-hi). GOD has pardoned (Åfaa-llahu) what (Åmmaa) was done previously 
(Salafa); but (Wa) whoever (Man') repeats (Ååda), then (Fa) GOD (Ellahu) will take vengeance on him 
(Yantaqimu Min'hu). And (Wa) GOD (Ellahu) is mighty (Åziizun) with (Zuu) vengeance (Entiqaam).
.
📍Note-1
এই খণ্ডৰ ৫:৯৫-৯৭লৈ হজৰ কথা আছে। ইতিমধ্যে কোৰআন অনুসৰি হজৰ ওপৰত ফে:বু:ত আমাৰ লেখা প্ৰকাশ হৈ আছে, শেষ হোৱা নাই। তাৰ ১নং খণ্ডৰ লিংক চাব পাৰে:
Hajj per Quran: 172-1 work is in Progress.
https://m.facebook.com/story.php?story_fbid=2432034010259862&id=100003598598517
.
📍Note-2 IIQAS VIDEO ON TAQWA:
https://youtu.be/UKuOssnMGls
.
📍Note-3
Hajj is observed at the Kaaba/Masjid Al-Haram (5:95-97)-See link:
https://muktabulraf.blogspot.com/2021/12/hajj-is-observed-at-kaabamasjid-al.html?m=1
.
🌈৫:৯৬(Hajj)
أُحِلَّ لَكُمْ صَيْدُ الْبَحْرِ وَطَعَامُهُ مَتَاعًا لَكُمْ وَلِلسَّيَّارَةِ ۖ وَحُرِّمَ عَلَيْكُمْ صَيْدُ الْبَرِّ مَا دُمْتُمْ حُرُمًا ۗ وَاتَّقُوا اللَّهَ الَّذِي إِلَيْهِ تُحْشَرُونَ
তোমালোকৰ বাবে সাগৰৰ চিকাৰ আৰু সেয়া ভক্ষণ কৰা হালাল কৰা হৈছে, তোমালোকৰ আৰু পৰ্যটকসকলৰ ভোগৰ বাবে। তোমালোকে যেতিয়ালৈকে ইহৰামত থাকিবা তেতিয়ালৈকে তোমালোকৰ বাবে স্থলৰ চিকাৰ কৰা হাৰাম; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাৰ ওচৰত তোমালোকক একত্ৰিত কৰা হ’ব।
.
[5:96] Lawful for you (Uhilla La-kum) is hunting (Soi'du) at the sea (El'Bah'ri) and (Wa) its food (Toååmu-hu) as enjoyment (Mataa'ån) for you (Lakum) and (Wa) for the travellers (Lis' Sayyaarati), but (Wa)
unlawful to you (Hurrima Ålai'kum) is hunting (Soi'du)from the land (El'Barri) as long as (Maadum-) you are (-tum) in the state of holiness (Huruman). And (Wa) beware of GOD (Ettaqu'llaha) to (ilai'hi) Whom (Ellazii)you will be assembled (Tuh'sharuun). 
.
📍LESSONS:
– We learn about the permissibility of hunting sea animals i.e. fishing. it is permissible to eat both in a state of ehram and while not being in state of ehram.
– We also learn about the permissibility of eating all sea animals whether it’s a small fish or big, dead or alive, and regardless of their shape and form. Now here the condition is that this animal shouldn’t be able to survive when taken out of water for example, crocodiles, frogs, seals, crabs, shell fish live in water as well as land. These are not permissible to eat.
– When one is faced with a circumstance where haram is before him, he should remember that the haram can only benefit him for a short time, eventually he has to return to Allah subhanahu wa ta’ala. The fear of Allah prevents us from doing the unlawful.
.
📍See notes-1,2 of 5:95
.
🌈৫:৯৭(Hajj)
۞ جَعَلَ اللَّهُ الْكَعْبَةَ الْبَيْتَ الْحَرَامَ قِيَامًا لِلنَّاسِ وَالشَّهْرَ الْحَرَامَ وَالْهَدْيَ وَالْقَلَائِدَ ۚ ذَٰلِكَ لِتَعْلَمُوا أَنَّ اللَّهَ يَعْلَمُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ وَأَنَّ اللَّهَ بِكُلِّ شَيْءٍ عَلِيمٌ
আল্লাহে পৱিত্ৰ কাবা ঘৰক⭐, পৱিত্ৰ মাহক, হাদঈ আৰু গলাৱদ্ধ জন্তুকো মানুহৰ কল্যাণৰ বাবে নিৰ্ধাৰিত কৰিছে। এইটো এইবাবে যে, যাতে তোমালোকে জানিব পাৰা, নিশ্চয় আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে আল্লাহে সেয়া জানে আৰু নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।
.
[5:97] GOD has made (Jaåla-llahu) the Cube (Kaaba) (El'Ka'bata) as the Sacred (El'Haraama) House (5:2⭐)(El'Bai'ta) standing (Qiyaaman) for mankind (Lin' Naasi), as well as (Wa) the Sacred Month (Es'Shah'ral' 
Haraama), the Sacrifice (El'Had'ya) and the Collars (animal neckband) (Wal' Qalaaida). That (Zaalika) is to let (Li)you know (Ta'lamuu') that GOD (Annallaha) knows (Ya'lamu) whatever (Maa) is in (Fii) the heavens (Es'Samaawaati) and whatever (Wamaa) is on earth (Fiil' Ar'di), and that GOD (Annallaha) is aware of (Åliim Bi) all (Kulli) things (Shai'in). 
.
📍Note: See notes-1,2 of 5:95
.
📍Verse reference:⭐
৫:২
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تُحِلُّوا شَعَائِرَ اللَّهِ وَلَا الشَّهْرَ الْحَرَامَ وَلَا الْهَدْيَ وَلَا الْقَلَائِدَ وَلَا آمِّينَ الْبَيْتَ الْحَرَامَ يَبْتَغُونَ فَضْلًا مِنْ رَبِّهِمْ وَرِضْوَانًا ۚ وَإِذَا حَلَلْتُمْ فَاصْطَادُوا ۚ وَلَا يَجْرِمَنَّكُمْ شَنَآنُ قَوْمٍ أَنْ صَدُّوكُمْ عَنِ الْمَسْجِدِ الْحَرَامِ أَنْ تَعْتَدُوا ۘ وَتَعَاوَنُوا عَلَى الْبِرِّ وَالتَّقْوَىٰ ۖ وَلَا تَعَاوَنُوا عَلَى الْإِثْمِ وَالْعُدْوَانِ ۚ وَاتَّقُوا اللَّهَ ۖ إِنَّ اللَّهَ شَدِيدُ الْعِقَابِ
হে মুমিনসকল! তোমালোকে আল্লাহৰ নিদৰ্শনসমূহক, পৱিত্ৰ মাহক, কুৰবানীৰ বাবে কা’বালৈ প্ৰেৰণ কৰা পশুক, ডিঙিত পৰিধান কৰোৱা চিহ্নবিশিষ্ট পশুক আৰু নিজ প্ৰতিপালকৰ অনুগ্ৰহক লগতে সন্তুষ্টিৰ অনুসন্ধানত পৱিত্ৰ ঘৰৰ অভিমুখে ৰাওনা হোৱা যাত্ৰীসকলক অপমান নকৰিবা। আৰু যেতিয়া তোমালোকে ইহৰামমুক্ত হোৱা তেতিয়া চিকাৰ কৰিব পাৰা। তোমালোকক মছজিদুল হাৰামত প্ৰৱেশ কৰিবলৈ নিষেধ কৰাৰ কাৰণে কোনো সম্প্ৰদায়ৰ প্ৰতি শত্ৰুতাই তোমালোকক যাতে কেতিয়াও সীমালংঘনত প্ৰৰোচিত নকৰে। সৎকৰ্ম আৰু তাক্বৱাৰ বিষয়ত তোমালোকে পৰস্পৰক সহায়-সহযোগিতা কৰিবা আৰু পাপ কৰ্ম আৰু সীমালংঘনত এজনে আনজনৰ সহায়-সহযোগিতা নকৰিবা, আৰু আল্লাহৰ তাক্বৱা আৱলম্বন কৰা। নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।
.
📍Verse reference:
১০৬:৩-৪
فَلْيَعْبُدُوا رَبَّ هَٰذَا الْبَيْتِ
এতেকে সিহঁতে যেন এই ঘৰৰ প্ৰতিপালকৰ ইবাদত কৰে।
১০৬:৪
الَّذِي أَطْعَمَهُمْ مِنْ جُوعٍ وَآمَنَهُمْ مِنْ خَوْفٍ
যিজনে সিহঁতক ক্ষুধা অৱস্থাত খাদ্য প্ৰদান কৰিছে আৰু সন্ত্ৰাসৰ পৰা নিৰাপত্তা দিছে।
.
🌈 analysis🌈 compiled🌈 syedraf🌈
....ooo....

Popular posts from this blog

🌹Part-1(1:1-7)-Al-Fatiha[📍We should study Quran rather than just recite(38:29,4:82)]

🎯Part-212(11:82-87)Hud