🟢Al-Baqarah[Part-13(2:104-112)]

Part-13-Muktabul Quran YouTube- 2:104-112
.
Syedraf: Analysis:
⬇️
Points to be noted:(2:104-112):
✅1-2:105-7:3-ৰছুলৰ ওপৰত যি কোৰআন ৱহী হৈছিল সেই ৱহী আমাৰ ওপৰতো হৈছে।
.
✅2-2:106 Abrogation is lie.
.
🟣২:১০৪
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَقُولُوا رَاعِنَا وَقُولُوا انْظُرْنَا وَاسْمَعُوا ۗ وَلِلْكَافِرِينَ عَذَابٌ أَلِيمٌ
হে ঈমান্দাৰসকল! তোমালোকে ‘ৰা-য়িনা’ বুলি নকবা, বৰং ‘উনযুৰনা’ বুলি কোৱা আৰু শুনা; আৰু কাফিৰসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
.
[2:104] O you (Yaa Ayyuha) who (Ellaziina) believe (Aamanu'), do not (Laa) say (Taquulu'), "Be our shepherd (Raae-naa)," but (Wa) say (Quulu'), "Observe us (Enzur'naa)," and (Wa) listen (Es'mau'). And (Wa) for the 
disbelievers (Lil' Kaafiriina) is a painful (Aliim) punishment (Åzaabun).
.
.
🔴২:১০৫(📍ৱহী আমাৰ ওপৰতো হৈছে:⬅️click)
مَا يَوَدُّ الَّذِينَ كَفَرُوا مِنْ أَهْلِ الْكِتَابِ وَلَا الْمُشْرِكِينَ أَنْ يُنَزَّلَ عَلَيْكُمْ مِنْ خَيْرٍ مِنْ رَبِّكُمْ ۗ وَاللَّهُ يَخْتَصُّ بِرَحْمَتِهِ مَنْ يَشَاءُ ۚ وَاللَّهُ ذُو الْفَضْلِ الْعَظِيمِ
কিতাবীসকলৰ মাজত যিসকলে কুফৰী কৰিছে সিহঁত আৰু মুশ্বৰিকসকলে এইটো নিবিচাৰে যে, তোমালোকৰ 📍প্ৰতিপালকৰ পৰা তোমালোকৰ ওপৰত কোনো কল্যাণ অৱতীৰ্ণ হওঁক। অথচ আল্লাহে যাক ইচ্ছা নিজ ৰহমতৰ দ্বাৰা বিশেষিত কৰে; আৰু আল্লাহ মহা ক্ষমাশীল।
.
[2:105] Neither (Maa) those who (Ellaziina) disbelieve (Kafaru') among (Min') the People of the Book (Ah'lil' Kitaabi) nor (Walaa) the polytheists (El'Mush'rikiina) wish (Yawaddu) that (An) any (Min') good (Khai'rin)
should be sent down (Yunazzala) to you (Ålai'kum) from (Min) your LORD (Rabbi-kum'). But (Wa) GOD (Ellahu) specifies (Yakh'tassu) HIS mercy (Rah'mati-hi) to (Bi) whomever (Man) HE wills (Yashaau), for (Wa)
GOD (Ellahu) possesses (Zuu) great (El'Åziim) favour (El'Fad'li). 
.
🟠২:১০৬
۞ مَا نَنْسَخْ مِنْ آيَةٍ أَوْ نُنْسِهَا نَأْتِ بِخَيْرٍ مِنْهَا أَوْ مِثْلِهَا ۗ أَلَمْ تَعْلَمْ أَنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
আমি কোনো আয়াত ৰহিত কৰিলে বা পাহৰাই দিলে তাতোকৈ উত্তম অথবা তাৰ সমান কোনো আয়াত আনি দিওঁ। তুমি নাজানানে যে, আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
.
[2:106] Whatever (Maa) We transcribe (Nansakh') of (Min') a sign (Aayatin) or (Aw') cause it to be forgotten (Nunsi-haa), We bring (Na'ti Bi)one better (Khai'rin) than it (Min'haa) or (Aw') the like of it (Mith'li-haa). Do you not (Alam') know (Ta'lam') that GOD (Annallaha) is capable of (Qadiir Ålaa) all (Kulli)
things (Shai'in)? (Copy / Transcribe / Transcription - 7:154 / 45:29).
.

.
🟣২:১০৭
أَلَمْ تَعْلَمْ أَنَّ اللَّهَ لَهُ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ ۗ وَمَا لَكُمْ مِنْ دُونِ اللَّهِ مِنْ وَلِيٍّ وَلَا نَصِيرٍ
তুমি নাজানা নেকি যে, আকামণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌমত্ব একমাত্ৰ আল্লাহৰ? আৰু আল্লাহৰ বাহিৰে তোমালোকৰ কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।
.
[2:107] Do you not (Alam') know (Ta'lam') that (Anna) to GOD belongs (Ellaha Lahu) the dominion (Mul'ku)of the heavens (Es'Samaawaati) and the earth (Wal' Ar'di), and (Wa) you have (Lakum) no (Maa Min)
guardian (Waliyyin) nor (Walaa) helper (Nasiir) besides GOD (Min Duuni-llahi)? 
.
🔴২:১০৮
أَمْ تُرِيدُونَ أَنْ تَسْأَلُوا رَسُولَكُمْ كَمَا سُئِلَ مُوسَىٰ مِنْ قَبْلُ ۗ وَمَنْ يَتَبَدَّلِ الْكُفْرَ بِالْإِيمَانِ فَقَدْ ضَلَّ سَوَاءَ السَّبِيلِ
তোমালোকে তোমালোকৰ ৰাছুলক এনেকুৱা প্ৰশ্ন কৰিব বিচৰা নেকি যেনেকুৱা প্ৰশ্ন ইয়াৰ পূৰ্বে মুছাক কৰা হৈছিল? আৰু যিয়ে ঈমানক কুফৰত পৰিবৰ্তন কৰে, নিশ্চয় সি পোন বাট হেৰুৱায়।
.
[2:108] Or (Am') do you intend (Turiiduuna) to (An) ask (Tas'alu') your messenger (Rasuula-kum') as (Kamaa) Moses (Muusaa) was asked (Suila) before (Min Qab'lu)? But (Wa) whoever (Man) exchanges (Yatabaddali) the faith (El' iimaani) for (Bi) disbelief (El'Kuf'ra), then (Fa) he has (Qad') strayed (Dolla)
from the straight (Sawaa'a) way (Es'Sabiil).
.
🟠২:১০৯
وَدَّ كَثِيرٌ مِنْ أَهْلِ الْكِتَابِ لَوْ يَرُدُّونَكُمْ مِنْ بَعْدِ إِيمَانِكُمْ كُفَّارًا حَسَدًا مِنْ عِنْدِ أَنْفُسِهِمْ مِنْ بَعْدِ مَا تَبَيَّنَ لَهُمُ الْحَقُّ ۖ فَاعْفُوا وَاصْفَحُوا حَتَّىٰ يَأْتِيَ اللَّهُ بِأَمْرِهِ ۗ إِنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
কিতাবীসকলৰ বহুতেই বিচাৰে, যদি সিহঁতে তোমালোকক তোমালোকৰ ঈমান আনাৰ পিছত কাফিৰৰূপে ওভোতাই নিব পাৰিলেহেঁতেন! সত্য স্পষ্ট হোৱাৰ পিছতো সিহঁতৰ নিজৰ ফালৰ পৰা বিদ্বেষবশতঃ (এইটো কৰি থাকে)। এতেকে তোমালোকে ক্ষমা কৰা আৰু উপেক্ষা কৰা আল্লাহে তেওঁৰ কোনো নিৰ্দেশ নিদিয়ালৈকে- নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
.
[2:109] And (Wa) many (Kathiirun) of (Min') the People of the Book (Ah'lil' Kitaabi) wish (Wadda Law') they 
could revert you(p)(Yarudduunakum) to disbelievers (Kuffaaran) after (Min Ba'di) your faith (iimaani-kum')out of envy (Hasadan) from (Min' Endi) their souls (Anfusi-him) after (Min Ba'di) what (Maa) has become 
clear (Tabayyana) to them (Lahumu) of the truth (El'Haqqu). So (Fa) excuse (E'fu') and (Wa) pardon (Es'fahu')until (Hattaa) GOD (Ellahu) brings (Ya'tiya Bi) HIS command (Am'ri-hi). Indeed, GOD (Innallaha) is capable 
of (Qadiir Ålaa) all (Kulli) things (Shai'in). 
.
🟣২:১১০
وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ ۚ وَمَا تُقَدِّمُوا لِأَنْفُسِكُمْ مِنْ خَيْرٍ تَجِدُوهُ عِنْدَ اللَّهِ ۗ إِنَّ اللَّهَ بِمَا تَعْمَلُونَ بَصِيرٌ
আৰু তোমালোকে চালাত প্ৰতিষ্ঠা কৰা  আৰু যাকাত প্ৰদান কৰা আৰু যিখিনি নেক আমল তোমালোকে নিজৰ বাবে আগলৈ প্ৰেৰণ কৰিবা সেইটো আল্লাহৰ ওচৰত পাবা। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
.
[2:110] So (Wa) establish (Aqiimu') Prayer (Es'Solaata) and (Wa) give (Aatu') Charity (Ez'Zakaata), and (Wa)
whatever (Maa) you send forth (Tuqaddimu') for (Li) your souls (Anfusi-kum) of (Min') good (Khai'rin), you will find it (Tajiduu-hu) with GOD (Endallahi). Indeed, GOD (Innallaha) is cognizant of (Basiiru Bi) what (Maa) you do (Ta'maluuna). 
.
🔴২:১১১
وَقَالُوا لَنْ يَدْخُلَ الْجَنَّةَ إِلَّا مَنْ كَانَ هُودًا أَوْ نَصَارَىٰ ۗ تِلْكَ أَمَانِيُّهُمْ ۗ قُلْ هَاتُوا بُرْهَانَكُمْ إِنْ كُنْتُمْ صَادِقِينَ
আৰু সিহঁতে কয়, ‘ইয়াহূদী অথবা নাছাৰাৰ বাহিৰে আন কোনেও কেতিয়াও জান্নাতত প্ৰৱেশ নকৰিব’।[1] এইটো সিহঁতৰ মিছা আশা মাথোন। কোৱা, ‘যদি তোমালোকে সত্যবাদী তেনেহ’লে প্ৰমাণ লৈ আহা’।
.
[2:111] And (Wa) they say (Qaalu'), "None (Lan) will enter (Yad'khula) Paradise (El'Jannata) except (illa) one who (Man) is (Kaana) a Jew (Huudan) or (Aw') a Christian (Nasoaraa)." These (Til'ka) are their desires 
(Amaaniyyu-hum'). Say (Qul'): "Bring (Haatu') your proof (Bur'haana-kum'), if (In) you are (Kuntum') truthful (Soadiqiin)."
.
🟠২:১১২
بَلَىٰ مَنْ أَسْلَمَ وَجْهَهُ لِلَّهِ وَهُوَ مُحْسِنٌ فَلَهُ أَجْرُهُ عِنْدَ رَبِّهِ وَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ
হয়, যিয়ে আল্লাহৰ ওচৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰে আৰু সত্কৰ্মশীল হয়[1] তাৰ প্ৰতিদান তাৰ প্ৰতিপালকৰ ওচৰত আছে; আৰু সিহঁতৰ কোনো ভয় নাই আৰু সিহঁত চিন্তিতও নহ’ব।
.
[2:112] Indeed (Balaa), whoever (Man') submits (As'lama) his aim (Waj'ha-hu) to GOD (Lillahi) while (Wa)being (Huwa) benevolent (Muh'sinun), then (Fa) he will have (Lahu) his reward (Aj'ru-hu) at (Enda) his LORD (Rabbi-hi). And (Wa) there will be no (Laa) fear (Khaw'fun) upon them (Ålai'him') nor (Walaa) will they (Hum') grieve (Yah'zanuun). 
.
🏞️ Analytical🏞️ Compiled🏞️SyedRaf🏞️
.

Popular posts from this blog

🌹Part-1(1:1-7)-Al-Fatiha[📍We should study Quran rather than just recite(38:29,4:82)]

🎯Part-212(11:82-87)Hud