🌕Al-Aa'raf[Part-157(07:154-157)]
Part-157(7:154-157)Al-Aa'raf
#muktabulhussain video
.
📗মিনি সূচিঃPart-157(7:154-157)
7:156(Importance of Charity and Social-See notes)
7:157(Ummi means👉WAS THE PROPHET MUHAMMAD (A.S.) REALLY ILLITERATE?- See very special notes)
.
🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
📗৭:১৫৪
وَلَمَّا سَكَتَ عَنْ مُوسَى الْغَضَبُ أَخَذَ الْأَلْوَاحَ ۖ وَفِي نُسْخَتِهَا هُدًى وَرَحْمَةٌ لِلَّذِينَ هُمْ لِرَبِّهِمْ يَرْهَبُونَ
আৰু যেতিয়া মুছাৰ খং প্ৰশমিত হ’ল, তেতিয়া তেওঁ ফলকসমূহ তুলি ল’লে। যিসকলে নিজ প্ৰতিপালকক ভয় কৰে সিহঁতৰ বাবে সেই ফলকসমূহত যি লিখা আছিল সেয়া আছিল হিদায়ত আৰু ৰহমত।
.
[7:154] And (Wa) when (Lammaa) the anger (El'Gadobu) was silent (Sakata) from (Ån) Moses (Muusa), he
took (Akhaza) the tablets (El'Al'waaha); and (Wa) in (Fii) their transcription (Nus'khati-haa) was guidance
(Hudan) and mercy (Rah'matun) for those (Lillaziina) who (Hum') reverenced (Yar'habuun Li) their LORD
(Rabbi-him').
.
📗৭:১৫৫
وَاخْتَارَ مُوسَىٰ قَوْمَهُ سَبْعِينَ رَجُلًا لِمِيقَاتِنَا ۖ فَلَمَّا أَخَذَتْهُمُ الرَّجْفَةُ قَالَ رَبِّ لَوْ شِئْتَ أَهْلَكْتَهُمْ مِنْ قَبْلُ وَإِيَّايَ ۖ أَتُهْلِكُنَا بِمَا فَعَلَ السُّفَهَاءُ مِنَّا ۖ إِنْ هِيَ إِلَّا فِتْنَتُكَ تُضِلُّ بِهَا مَنْ تَشَاءُ وَتَهْدِي مَنْ تَشَاءُ ۖ أَنْتَ وَلِيُّنَا فَاغْفِرْ لَنَا وَارْحَمْنَا ۖ وَأَنْتَ خَيْرُ الْغَافِرِينَ
আৰু মুছাই তেওঁৰ সম্প্ৰদায়ৰ পৰা সত্তৰ জন লোকক আমাৰ নিৰ্ধাৰিত স্থানত একত্ৰিত হোৱাৰ বাবে মনোনীত কৰিলে। তাৰ পিছত সিহঁতে যেতিয়া ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হ’ল, তেতিয়া মুছাই ক’লে, ‘হে মোৰ ৰব! তুমি ইচ্ছা কৰিলে আগতেই ইহঁতক আৰু মোকো ধ্বংস কৰিব পাৰিলাহেঁতেন, আমাৰ মাজৰ নিৰ্বোধসকলে যি কৰিছে সেইবাবে তুমি আমাক ধ্বংস কৰিবানে? এইটো হৈছে কেৱল তোমাৰ পৰীক্ষা, যিটোৰ দ্বাৰা তুমি যাক ইচ্ছা বিপথগামী কৰা আৰু যাক ইচ্ছা তুমি সৎপথত পৰিচালিত কৰা। তুমিয়েই আমাৰ অভিভাৱক; সেয়ে তুমি আমাক ক্ষমা কৰা আৰু আমাৰ প্ৰতি দয়া কৰা। ক্ষমাশীলসকলৰ ভিতৰত তুমিয়েই শ্ৰেষ্ঠ’।
.
[7:155] And (Wa) Moses (Muusaa) selected (Ekh'taara) seventy (Sab'eena) men (Rajulan) from his people
(Qaw'ma-hu) for (Li) Our appointed time (Miiqaati-naa). And (Fa) when (Lammaa) the tremor (Er'Raj'fatu)
seized them (Akhazat'humu), he (Moses) said (Qaala), "LORD (Rabbi), if (Law') YOU had willed (Shi'ta), YOU
could have annihilated them (Ah'lak'ta-hum) earlier (Min Qab'lu) together with (Wa) me (Iyyaaya). Would
YOU annihilate us (Atuh'liku-naa) for what (Bimaa) the foolish (Es'Sufahaau) among us (Minnaa) have
done (Faåla)? It is (Hiya) only (In' illa) YOUR trial (Fit'natu-ka) by which (Bihaa) YOU send whomever
(Man) YOU will (Tashaau) astray (-Tudillu) and (Wa) guide (Tah'dii) whomever (Man) YOU will (Tashaau).
YOU (Anta) are our guardian (Waliyyu-naa), so (Fa) forgive us (Eg'fir' Lanaa) and (Wa) have mercy upon us
(Ar'ham'naa); for (Wa) YOU (Anta) are the best (Khai'ru) of forgivers (El'Gaafiriin).
.
📍Verse references:
২:৫৫
وَإِذْ قُلْتُمْ يَا مُوسَىٰ لَنْ نُؤْمِنَ لَكَ حَتَّىٰ نَرَى اللَّهَ جَهْرَةً فَأَخَذَتْكُمُ الصَّاعِقَةُ وَأَنْتُمْ تَنْظُرُونَ
আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে কৈছিলা, হে মুছা! আমি আল্লাহক প্ৰকাশ্যভাৱে নেদেখালৈকে তোমাক বিশ্বাস নকৰো, ফলত তোমালোকে চাই থাকোতেই তোমালোকক বজ্ৰপাতে আক্ৰমণ কৰিলে ।
.
৪:১৫৩
يَسْأَلُكَ أَهْلُ الْكِتَابِ أَنْ تُنَزِّلَ عَلَيْهِمْ كِتَابًا مِنَ السَّمَاءِ ۚ فَقَدْ سَأَلُوا مُوسَىٰ أَكْبَرَ مِنْ ذَٰلِكَ فَقَالُوا أَرِنَا اللَّهَ جَهْرَةً فَأَخَذَتْهُمُ الصَّاعِقَةُ بِظُلْمِهِمْ ۚ ثُمَّ اتَّخَذُوا الْعِجْلَ مِنْ بَعْدِ مَا جَاءَتْهُمُ الْبَيِّنَاتُ فَعَفَوْنَا عَنْ ذَٰلِكَ ۚ وَآتَيْنَا مُوسَىٰ سُلْطَانًا مُبِينًا
কিতাবীসকলে বিচাৰে যে, তুমি আকাশৰ পৰা সিহঁতৰ বাবে এখন কিতাপ অৱতীৰ্ণ কৰা, সিহঁতে মূছাৰ ওচৰত ইয়াতকৈও ডাঙৰ দাবী কৰিছিল। সিহঁতে কৈছিল, ‘আমাক প্ৰকাশ্যভাৱে আল্লাহক দেখুৱা’। ফলত সিহঁতৰ সীমালংঘনৰ কাৰণে সিহঁতক বজ্ৰপাতে ধৰিছিল, তাৰ পিছত সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণ অহাৰ পিছতো সিহঁতে দামুৰীটোক উপাস্যৰূপে গ্ৰহণ কৰিছিল, তথাপিও আমি সেয়া ক্ষমা কৰিছিলো আৰু আমি মূছাক স্পষ্ট প্ৰমাণ প্ৰদান কৰিছিলো।
.
📗৭:১৫৬(Importance of Charity and Social).
۞ وَاكْتُبْ لَنَا فِي هَٰذِهِ الدُّنْيَا حَسَنَةً وَفِي الْآخِرَةِ إِنَّا هُدْنَا إِلَيْكَ ۚ قَالَ عَذَابِي أُصِيبُ بِهِ مَنْ أَشَاءُ ۖ وَرَحْمَتِي وَسِعَتْ كُلَّ شَيْءٍ ۚ فَسَأَكْتُبُهَا لِلَّذِينَ يَتَّقُونَ وَيُؤْتُونَ الزَّكَاةَ وَالَّذِينَ هُمْ بِآيَاتِنَا يُؤْمِنُونَ
‘আৰু তুমি আমাৰ বাবে এই পৃথিৱীত কল্যাণ লিখি দিয়া আৰু আখিৰাততো। নিশ্চয় আমি তোমাৰ ওচৰলৈ উভতি আহিছো’। আল্লাহে ক’লে, ‘মোৰ শাস্তি যাক ইচ্ছা দি থাকো, আনহাতে মোৰ দয়াই প্ৰত্যেক বস্তুকেই আবৰি আছে। গতিকে মই সেইটো লিখি দিম কেৱল সিহঁতৰ বাবে যিসকলে তাক্বৱা অৱলম্বন কৰে, ✔️যাকাত প্ৰদান কৰে আৰু আমাৰ আয়াতসমূহত বিশ্বাস স্থাপন কৰে’।
.
[7:156] "And (Wa) decree for us (Ek'tub' Lanaa) what is good (Hasanatan) in (Fii) this (Haazihi) world
(Ed'Dun'ya) and (Wa) in (Fii) the hereafter (El'Aakhirati); indeed (Innaa), we are guided (Hud'naa) to YOU
(ilai'ka)." HE (God)said (Qaala), "MY punishment (Åzaabii) will strike (Usiibu) whomever (Man') I will
(Ashaau) thereby (Bihi), but (Wa) MY mercy (Rah'matii) encompasses (Wasiåt') all (Kulla) things (Shai'in). So
(Fa) I will decree it (Sa Ak'tubu-ha) for those who (Lillaziina) are pious (Yattaquuna) and (Wa) give
(Yu'tuuna) Charity (Ez'Zakaata), and (Wa) they (Hum) are those who (Ellaziina) believe (Yu'minuun) in (Bi)
Our verses (Aayaati-naa),
.
📍Verse/Note:
Work7:156 "Decree for us good in this world, and in the Hereafter; we have been guided towards You." He said, "I will afflict with My punishment whom I chose, but My mercy encompasses all things. I will thus decree it for those who are aware and contribute towards betterment, and those who acknowledge Our signs."
Note:
The importance of zaka (purification and betterment) through giving from blessings, is emphasized. Infaq is the financial zaka. The amount of financial charity (2:219; 17:26), its time (6:141), the list of recommended recipients (*2:215), how it will be given (2:274; 13:22), and why it should be given (30:39) are all clarified(edip).
(*Find 2:215 link notes:
.
📗৭:১৫৭
الَّذِينَ يَتَّبِعُونَ الرَّسُولَ النَّبِيَّ 👈الْأُمِّيَّ الَّذِي يَجِدُونَهُ مَكْتُوبًا عِنْدَهُمْ فِي التَّوْرَاةِ وَالْإِنْجِيلِ يَأْمُرُهُمْ بِالْمَعْرُوفِ وَيَنْهَاهُمْ عَنِ الْمُنْكَرِ وَيُحِلُّ لَهُمُ الطَّيِّبَاتِ وَيُحَرِّمُ عَلَيْهِمُ الْخَبَائِثَ وَيَضَعُ عَنْهُمْ إِصْرَهُمْ وَالْأَغْلَالَ الَّتِي كَانَتْ عَلَيْهِمْ ۚ فَالَّذِينَ آمَنُوا بِهِ وَعَزَّرُوهُ وَنَصَرُوهُ وَاتَّبَعُوا النُّورَ الَّذِي أُنْزِلَ مَعَهُ ۙ أُولَٰئِكَ هُمُ الْمُفْلِحُونَ
যিসকলে অনুসৰণ কৰে ৰাছুলৰ, 👉উম্মী নবীৰ, যাৰ উল্লেখ সিহঁতে সিহঁতৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলত লিপিবদ্ধ পায়, যিজনে সিহঁতক সৎ কামৰ আদেশ দিয়ে, অসৎকৰ্মৰ পৰা নিষেধ কৰে, সিহঁতৰ বাবে পৱিত্ৰ বস্তু হালাল কৰে আৰু অপৱিত্ৰ বস্তু হাৰাম কৰে। আৰু সিহঁতক সিহঁতৰ ওপৰত থকা বোজাৰ পৰা আৰু শৃংখলৰ পৰা মুক্ত কৰে। সেয়ে যিসকলে তেওঁৰ প্ৰতি ঈমান আনে, তেওঁক সন্মান কৰে, তেওঁক সহায় কৰে আৰু যি নূৰ তেওঁৰ প্ৰতি অৱতীৰ্ণ হৈছে সেইটোৰ অনুসৰণ কৰে, তেওঁলোকেই সাফল্যমণ্ডিত।
(👉নবী মহম্মদৰ(আ:ছা:) ক্ষেত্ৰত কোৰআনত যিমানবোৰ "উম্মী" শব্দ সংযোগ ঘটিছে সকলোতে লাহুৱাল হাদিস ব্যৱহাৰ কৰা সকলে ইয়াৰ অৰ্থ অশিক্ষিত (illiterate) কৰি ধাপাধাপ কোৰআনৰ ৱহী চাহাবাসকলৰ হতুৱাই লিখোৱাটো দেখুৱাই আহিছে। এইবোৰ মিছা কথা।
কোৰআনত "উম্মী" মানে অশিক্ষিত বুজোৱা নাই:
তলৰ লিংকত চাওঁক:
(1)-Pl find Notes of ve4se 3:20-https://qurantafseeritself.blogspot.com/2021/10/47.html?m=1).
(2)-A very Important notes on "Ummi"-See link:
.
[7:157] who (Ellaziina) follow (Yattabiuuna) the Messenger (Er'Rasuula); the unlearned (unlettered)
(El'Ummiyya) Prophet (En'Nabiyya) whom (Ellazii) they found (Yajiduuna-hu) written (Mak'tuuban) with
them (Endahum') in (Fii) the Torah (Ettaw'raati) and the Gospel (Wal' Injiili); he commands them (Ya'muru-
hum) to kindness (Bil' Ma'ruufi) and forbid them (Yan'haa-hum') from (Åni) abomination (El'Munkari), and
(Wa) makes lawful for them (-Yuhillu Lahumu) the good things (Ettoyyibaati) and prohibits (Yuharrimu) for
them (Ålai'him') the bad things (impurities) (El'Khabaa'itha) and takes off (Yadou) their burden (Is'ra-hum') from
them (Ån'hum') as well as (Wa) the shackles (El'Ag'laala) which (Ellatii) were (Kaanat') upon them (Ålai'him').
Therefore (Fa) those who (Ellaziina) believe (Aamanu') in him (Bihi), honour him (Åzzaruu-hu), support
him (Nasoruu-hu) and (Wa) follow (Ettabau'🍒) the light (*42:52)
(En'Nuura) which (Ellazii) was revealed (Unzila)
along with him (Maåhu). They (Humu) are those (U'laaika) who will be the successful (El'Muf'lihuun)." (**5:15)
(৪২:৫২*
وَكَذَٰلِكَ أَوْحَيْنَا إِلَيْكَ رُوحًا مِنْ أَمْرِنَا ۚ مَا كُنْتَ تَدْرِي مَا الْكِتَابُ وَلَا الْإِيمَانُ وَلَٰكِنْ جَعَلْنَاهُ نُورًا نَهْدِي بِهِ مَنْ نَشَاءُ مِنْ عِبَادِنَا ۚ وَإِنَّكَ لَتَهْدِي إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ
অনুৰূপভাৱে (উপৰোক্ত তিনিটা পদ্ধতিত) আমি তোমাৰ প্ৰতি আমাৰ নিৰ্দেশৰ পৰা ৰূহক অহী কৰিছো। তুমি জনা নাছিলা কিতাব কি আৰু ঈমান কি! কিন্তু আমি ইয়াক নূৰ বনাইছো, যাৰ দ্বাৰা আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা হিদায়ত দান কৰো। নিশ্চয় তুমি সৰল পথৰ পিনে দিক নিৰ্দেশনা দিয়া,)
(৫:১৫**
يَا أَهْلَ الْكِتَابِ قَدْ جَاءَكُمْ رَسُولُنَا يُبَيِّنُ لَكُمْ كَثِيرًا مِمَّا كُنْتُمْ تُخْفُونَ مِنَ الْكِتَابِ وَيَعْفُو عَنْ كَثِيرٍ ۚ قَدْ جَاءَكُمْ مِنَ اللَّهِ نُورٌ وَكِتَابٌ مُبِينٌ
হে কিতাবীসকল! তোমালোকৰ ওচৰত আমাৰ ৰাছুল আহি পাইছে, তোমালোকে কিতাবৰ পৰা যি গোপন কৰিছিলা তাৰে বেছিভাগ তেওঁ তোমালোকৰ ওচৰত প্ৰকাশ কৰিছে আৰু বহুখিনি এৰি দিছে। অৱশ্যে আল্লাহৰ তৰফৰ পৰা এটা জ্যোতি আৰু স্পষ্ট কিতাব তোমালোকৰ ওচৰত আহিছে।)
(🍒Debate on Ettabiu(to follow)7:157
.
📍Verse/Note:
(7:157) This was said to Moses, but now Allah's Rahmat will be bestowed Upon those who follow the
Ummi Nabi (29/48) whom they find mentioned in the Torah and the Bible that is with them; who
will enjoin what is wrong according to the Quran and declare Halal all good things and Haram all
other things (6/146, 5/3-4): who will lift the burdens under which the humanity groans and free
them from the shackles which bind them [🩸].
Those who will believe in this Rasool, support him against his opponents, help him in his mission
and follow the light of the Quran which has been revealed to him - these are the ones who will be
successful and prosperous(pz).
[(🩸)The proclamation of Quranic Order is the death signal for all types of subjugation. It does not
give any authority or right to any person to subjugate another (3/78). It snatches away all sources of
nourishment from those who, taking advantage of these become their masters (43/51, 79/24). It
breaks the shackles of age old blind followings (2/170, 43/22-23). It unveils the deceitful
characteristics of monks and priests and then enables their followers to make their own decisions.
(9/31-34). It uproots the very system of capitalism (9/34-35)(pz)].
.
📗 Quran📗 Analysis📗 Syedraf📗
....ooo....