⚫ Al-An'am[Part-127(06:65-71)]

Part-127(6:65-71)
🌳 https://youtu.be/AQ7e1yST0iU
(#muktabulhussain)
.
🌳আজিৰ গুৰুত্বপূৰ্ণ মন্তব্য: যিসকলে কোৰআনৰ মতে চলে তেওঁলোকে কেৱল আনক ৱহী জনাই দিব লাগে। আনে কি ভাৱে সেইটোৰ তেওঁৰ দায়িত্ব নহয়। সেইসকলক কেৱল উপদেশ দিয়া দৰকাৰ যাতে তেওঁলোকে যি ভুল কৰি আছে তাৰ পৰা বিৰত থাকে-৬:৬৯।। 
।।।। 
🌳মিনি সূচিঃPart-127(6:65-71)
6:65(Violation of Allah's laws can inflict you from the top in the form of tyrannical rule ets-see note)(Quran Explain itself-note)
6:66-67(যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, আল্লাহে সিহঁতক ধ্বংসৰ পিনে লৈ যাব যে, সিহঁতে গমেই নাপাব।)
6:68(যি কোৰআনৰ আয়াতবোৰক সচাঁক মিছা কৰি চুপতি কৰে, তাৰ পৰা আঁতৰত থাকিব, এওঁলোকেই জালিম-Note)
6:69(যিসকলে কোৰআনৰ মতে চলে তেওঁলোকে কেৱল আনক ৱহী জনাই দিব লাগে। আনে কি ভাৱে সেইটোৰ তেওঁৰ দায়িত্ব নহয়। সেইসকলক কেৱল উপদেশ দিয়া দৰকাৰ যাতে তেওঁলোকে যি ভুল কৰি আছে তাৰ পৰা বিৰত থাকে)
6:70(দ্বীনক খেল-ধেমালিৰূপে গ্ৰহণ নকৰিব)
6:71(The evil impulses (shayatin) within the hearts of "those who are bent on denying the truth-see note)
.
🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
🌳৬:৬৫
قُلْ هُوَ الْقَادِرُ عَلَىٰ أَنْ يَبْعَثَ عَلَيْكُمْ عَذَابًا مِنْ فَوْقِكُمْ أَوْ مِنْ تَحْتِ أَرْجُلِكُمْ أَوْ يَلْبِسَكُمْ شِيَعًا وَيُذِيقَ بَعْضَكُمْ بَأْسَ بَعْضٍ ۗ انْظُرْ كَيْفَ نُصَرِّفُ الْآيَاتِ لَعَلَّهُمْ يَفْقَهُونَ
কোৱা, ‘তেওঁ তোমালোকৰ ওপৰৰ পৰা বা তলৰ পৰা শাস্তি পঠাবলৈ, নাইবা তোমালোকক বিভিন্ন সন্দেহপূৰ্ণ দলত বিভক্ত কৰিবলৈ অথবা এটা দলক আন এটা দলৰ সংঘৰ্ষৰ সোৱাদ গ্ৰহণ কৰাবলৈ পূৰ্ণ সক্ষম’। চোৱা, আমি কেনেকৈ বিভিন্ন ধৰণে আয়াতসমূহ বিবৃত কৰো যাতে সিহঁতে ভালকৈ বুজিব পাৰে।
.
[6:65] Say (Qul'): "HE (Huwa) is able (El'Qaadiru) to (Ålaa An) send (Yab'åtha) punishment (Åzaaban) upon 
you (Ålai'kum) from (Min) above you (Faw'qikum) or (Aw') from (Min) beneath (Tah'ti) your legs (Ar'juli-
kum') or confuse you (Yal'bisa-kum') into sects (Shiya'ån) and (Wa) make you taste (Yuziiqa) the terror 
(Ba'sa) of each other (Ba'da-kum Ba'din)." Look (Enzur') how (Kai'fa) We have conducted (Nusorrifu) the 
verses (El'Aayaati) that they (Laållahum') might comprehend (Yaf'qahuun)."
.
📍Verse/Note-1
6:65 Say, “He is Able to send punishment upon you from above you or from beneath your feet, or to bewilder you with dissension and make you taste the tyranny of one another. (Violation of His laws can inflict you from the top in the form of tyrannical rule, or from the bottom in the form of popular rebellion. You could then divide into hateful parties, and taste smite of one another.) Note how We use Tasreef, explaining Our verses from various vantage points, that men and women may understand. [27:82](sa).
.
📍Note-2
👉Quran Explain itself:
৬:৪৬, ৬:৫৫, ৬:৬৫, ১০:৩৭, ১৬:৮৯,২৫:৩৩
.
🌳৬:৬৬
وَكَذَّبَ بِهِ قَوْمُكَ وَهُوَ الْحَقُّ ۚ قُلْ لَسْتُ عَلَيْكُمْ بِوَكِيلٍ
আৰু তোমাৰ সম্প্ৰদায়ে ইয়াক মিছা বুলি কৈছে অথচ এইটো সত্য। কোৱা, ‘মই তোমালোকৰ কাৰ্যনিৰ্বাহক নহয়’।
.
[6:66] And (Wa) your people (Qaw'mu-ka) have denied it (Kazzaba Bi-hi) while (Wa) it (Huwa) is the truth
(43:78⛱️) (El'Haqqu). Say (Qul): "I (Mohammed) am not (Las'tu Bi) your advocate (Wakiil Ålai'kum)."
(৪৩:৭৮⛱️
لَقَدْ جِئْنَاكُمْ بِالْحَقِّ وَلَٰكِنَّ أَكْثَرَكُمْ لِلْحَقِّ كَارِهُونَ
আল্লাহে ক’ব, ‘অৱশ্যে আমি তোমালোকৰ ওচৰত সত্য লৈ আহিছিলো, কিন্তু তোমালোকৰ সৰহভাগেই আছিল সত্য অপছন্দকাৰী’।)
.
📍Verse/Note:
(6:66-67) Despite this, your people O Rasool, treat the revelation as false even though it is certain 
truth. Tell them: I have not been appointed as a guardian over you. Manifestation of the 
consequences of your wrongdoing takes place at a time prescribed by Allah s laws and by and by, 
you will know it (7/182-83)(pz).
৭:১৮১-১৮৩
وَمِمَّنْ خَلَقْنَا أُمَّةٌ يَهْدُونَ بِالْحَقِّ وَبِهِ يَعْدِلُونَ
আৰু যিসকলক আমি সৃষ্টি কৰিছো সিহঁতৰ মাজত এনেকুৱা এটা দল আছে যিসকলে ন্যায়ভাৱে পথ দেখুৱায় আৰু সেই অনুযায়ী (বিচাৰ মীমাংসাত) ইনচাফ কৰে।
৭:১৮২
وَالَّذِينَ كَذَّبُوا بِآيَاتِنَا سَنَسْتَدْرِجُهُمْ مِنْ حَيْثُ لَا يَعْلَمُونَ
আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, অনতিপলমে আমি সিহঁতক এনেকৈ লাহে লাহে ধ্বংসৰ পিনে লৈ যাম যে, সিহঁতে গমেই নাপাব।
৭:১৮৩
وَأُمْلِي لَهُمْ ۚ إِنَّ كَيْدِي مَتِينٌ
আৰু আমি সিহঁতক অৱকাশ দিওঁ; নিশ্চয় মোৰ কৌশল অত্যন্ত বলিষ্ঠ।
.
🌳৬:৬৭
لِكُلِّ نَبَإٍ مُسْتَقَرٌّ ۚ وَسَوْفَ تَعْلَمُونَ
প্ৰত্যেক সংবাদৰ এটা নিৰ্ধাৰিত সময় আছে আৰু অনতিপলমে তোমালোকে জানিবলৈ পাবা।
.
[6:67] For (Li) every (Kulli) news (Naba'in) will be settled (Mus'taqarrun); and (Wa) you (p) will (Saw'fa) find 
out (Ta'lamuun).
.
📍See note above 6:66
.
🌳৬:৬৮(If they Make Fun of God's Signs)
وَإِذَا رَأَيْتَ الَّذِينَ يَخُوضُونَ فِي آيَاتِنَا فَأَعْرِضْ عَنْهُمْ حَتَّىٰ يَخُوضُوا فِي حَدِيثٍ غَيْرِهِ ۚ وَإِمَّا يُنْسِيَنَّكَ الشَّيْطَانُ فَلَا تَقْعُدْ بَعْدَ الذِّكْرَىٰ مَعَ الْقَوْمِ الظَّالِمِينَ
আৰু তুমি যেতিয়া সিহঁতক দেখিবলৈ পাবা, যিসকলে আমাৰ আয়াতসমূহৰ বিষয়ে উপহাসমূলক আলোচনাত মগ্ন হয়, তেতিয়া তুমি সিহঁতৰ পৰা মূখ ঘূৰাই ল’বা, যেতিয়ালৈকে সিহঁতে আন প্ৰসংগ আৰম্ভ নকৰিব। আৰু যদি চয়তানে তোমাক পাহৰাই দিয়ে তেন্তে স্মৰণ হোৱাৰ পিছত যালিম সম্প্ৰদায়ৰ লগত নবহিবা।
.
[6:68] And (Wa) when (Izaa) you see (Ra'ai'ta) those who (Ellaziina) wage (Yakhuuduuna) against (Fii) Our 
verses (Aayaati-naa), then (Fa) turn away from them (A'rid' Ån'hum') until (Hattaa) they engage (Yakhuudu')
in (Fii) another (Gai'rihi) discussion (4:140) (Hadiithin). And (Wa) if (Imma) the devil (Es'Shai'toanu) causes you 
(s) to forget (Yunsiyannaka), then (Fa) do not (Laa) sit (Taq'ud) with (Maå) the transgressing (Ez'Zoalimiin)
people (El'Qaw'mi) after (Ba'da) the remembrance (Ez'Zik'raa).
.
📍Verse/Note-1
6:68 When you see them engaged in vain discourse about Our verses, turn away from them unless they engage in a different subject. If Satan ever makes you forget (your mind gets engrossed in their discourse,) then as soon as you recollect, no longer sit in the company of the people who confound the truth with falsehood.
Note 
Zaalimeen = Those who relegate the truth from its rightful place = Those who choose to do wrong = In this verse, trying to displace or confound the truth with falsehood(sa).
.
📍Note-2
God has given ultimate freedom of thought, belief and expression (2:256; 4:137, 140; 6:110; 10:99; 18:29; 88:20). Those who threaten the lives of those who criticize or insult their faith, ignore God's advice in this and other verses. If God asks us to ignore those who insult and mock God's revelations and signs by protesting passively, how can we get enraged and mad in the name of the same God? We should enlighten ignorant people without falling to their level. The technique known as the Socratic Method is an efficient and positive method for discussing issues involving religion and faith. The following verses, 6:74💥, will give us an example from Abraham's method for pulling the attention of the faithful people to engage in a rational discussion(edip).
৬:৭৪💥
۞ وَإِذْ قَالَ إِبْرَاهِيمُ لِأَبِيهِ آزَرَ أَتَتَّخِذُ أَصْنَامًا آلِهَةً ۖ إِنِّي أَرَاكَ وَقَوْمَكَ فِي ضَلَالٍ مُبِينٍ
আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে তেওঁৰ পিতা আযৰক কৈছিল, ‘আপুনি মূৰ্তিক ইলাহৰূপে গ্ৰহণ কৰে নেকি? মই আপোনাক আৰু আপোনাৰ সম্প্ৰদায়ক স্পষ্ট ভ্ৰষ্টতাৰ মাজত দেখি আছো’।
(💥The Abrahamic Method of Reasoning.Click link:
https://muktabulraf.blogspot.com/2021/12/the-abrahamic-method-of-reasoning674.html?m=1)
.
📍Verse/Note-3
(6:68) When you see those who are making a jest of Our revelation, stay away from them until they 
change the topic of conversation. If you are so absorbed that you forget that you should leave such 
company, do so the moment you become aware of it. You should not stay thereafter with these 
people who are Z alimeen (🌀4/140, 🩸5/57)(pz).
(🌀find herewith the Notes on 4:140 link:
https://m.facebook.com/story.php?story_fbid=2423634344433162&id=100003598598517)
(🩸find herewith the verse 5:57 note link:
https://qurantafseeritself.blogspot.com/2021/12/part-111554-59-httpsyoutu.html?m=1)
.
🌳৬:৬৯
وَمَا عَلَى الَّذِينَ يَتَّقُونَ مِنْ حِسَابِهِمْ مِنْ شَيْءٍ وَلَٰكِنْ ذِكْرَىٰ لَعَلَّهُمْ يَتَّقُونَ
আৰু সিহঁতৰ আমলৰ জবাবদিহিৰ দায়িত্ব মুত্ত্বাক্বীসকলৰ ওপৰত নহয়। কিন্তু উপদেশ দিয়া তেওঁলোকৰ কৰ্তব্য, যাতে সিহঁতেও তাক্বৱা অৱলম্বন কৰে।
.
[6:69] And (Wa) not (Maa Min') upon (Ålaa) those who (Ellaziina) are pious (Yattaquuna) is their reckoning 
(Hisaabi-him) at all (Min Shai'in), but (Walaakin) call to remembrance (-Zik'raa) perhaps they (Laållahum')
would reverence (Yattaquun).
.
📍Verse/Note-1
(6:69) Those who adhere to Allah's laws are not responsible for the way in which these people treat 
the revelation. They need only admonish them so that they may abstain from what they do(pz)
যিসকলে কোৰআনৰ মতে চলে তেওঁলোকে কেৱল আনক ৱহী জনাই দিব লাগে। তেওঁলোকে কি ভাৱে সেইটোৰ দায়িত্ব তেওঁৰ নহয়।
তেওঁলোকক কেৱল উপদেশ দিয়া দৰকাৰ যাতে তেওঁলোকে যি ভুল কৰি আছে তাৰ পৰা বিৰত থাকে-৬:৬৯।। 
.
📍Verse/Note-2
6:69 Those who live upright bear no responsibility for them, except to remind them, that they may protect themselves against personal detriment.
Note 
See Taqwa,2:41♟️
(♟️See Notes on 2:41,link:
https://muktabulraf.blogspot.com/2021/10/241-notes.html?m=1)
.
🌳৬:৭০
وَذَرِ الَّذِينَ اتَّخَذُوا دِينَهُمْ لَعِبًا وَلَهْوًا وَغَرَّتْهُمُ الْحَيَاةُ الدُّنْيَا ۚ وَذَكِّرْ بِهِ أَنْ تُبْسَلَ نَفْسٌ بِمَا كَسَبَتْ لَيْسَ لَهَا مِنْ دُونِ اللَّهِ وَلِيٌّ وَلَا شَفِيعٌ وَإِنْ تَعْدِلْ كُلَّ عَدْلٍ لَا يُؤْخَذْ مِنْهَا ۗ أُولَٰئِكَ الَّذِينَ أُبْسِلُوا بِمَا كَسَبُوا ۖ لَهُمْ شَرَابٌ مِنْ حَمِيمٍ وَعَذَابٌ أَلِيمٌ بِمَا كَانُوا يَكْفُرُونَ
আৰু যিসকলে নিজৰ দ্বীনক খেল-ধেমালিৰূপে গ্ৰহণ কৰিছে আৰু পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছে তুমি সিহঁতক পৰিত্যাগ কৰা। আৰু তুমি এই কোৰআনৰ দ্বাৰা সিহঁতক উপদেশ দিয়া, যাতে কোনোবাই নিজ কৃতকৰ্মৰ বাবে ধ্বংস নহয় সেই সময়ত যেতিয়া আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱক আৰু ছুপাৰিছকাৰী নাথাকিব আৰু বিনিময়ত সকলো বস্তু দিলেও সেয়া গ্ৰহণ কৰা নহ’ব। ইহঁতেই নিজ কৃতকৰ্মৰ বাবে ধ্বংস হৈছে; কুফৰী কৰাৰ কাৰণে ইহঁতৰ পান কৰাৰ বাবে আছে অতি উষ্ণ পানী আৰু কষ্টদায়ক শাস্তি।
.
[6:70] And (Wa) leave (Zari) those who (Ellaziina) have taken (Ettakhazu') their religion (Diina-hum') as 
play (Laeban) and amusement (Lah'wan) and whom (-humu) the worldly (Ed'Dun'ya) life (El'Hayaatu) has 
deluded (Garrat'-). And (Wa) remind (Zakkir') by it (50:45💐)
(Bihi), lest (An) a soul (Naf'su) will scowl (Tub'sala)
at what (Bimaa) it earned (Kasabat'); it will have (Lahaa) no (Lai'sa) guardian (Waliyyun) nor (Walaa)
intercessor (Shafii'un) other than GOD (Min Duuni-llahi), even if (Wa In) it should amend (Ta'dil')
with every 
(Kulla) amendment (2:123🍒) (Åd'lin), it would not (Laa) be accepted (Yu'khaz') from it (Min'haa). Those 
(U'laaika) are the ones who (Ellaziina) will scowl (Ub'silu') at what (Bimaa) they have earned (Kasabu'). For 
them (Lahum') is drinking (Sharaabun) of (Min') magma (Hamiimin) and (Wa) a painful (Aliimu)
punishment (Åzaabun) for what (Bimaa) they used to (Kaanu') disbelieve (Yak'furuun). 
(৫০:৪৫💐
نَحْنُ أَعْلَمُ بِمَا يَقُولُونَ ۖ وَمَا أَنْتَ عَلَيْهِمْ بِجَبَّارٍ ۖ فَذَكِّرْ بِالْقُرْآنِ مَنْ يَخَافُ وَعِيدِ
সিহঁতে যি কয় সেয়া আমি ভালকৈয়ে জানো, আৰু সিহঁতক বাধ্য কৰোৱা তোমাৰ কাম নহয়; সেয়ে যিয়ে আমাৰ শাস্তিক ভয় কৰে তাক তুমি কোৰআনৰ সহায়ত উপদেশ দিয়া।)
(২:১২৩🍒
وَاتَّقُوا يَوْمًا لَا تَجْزِي نَفْسٌ عَنْ نَفْسٍ شَيْئًا وَلَا يُقْبَلُ مِنْهَا عَدْلٌ وَلَا تَنْفَعُهَا شَفَاعَةٌ وَلَا هُمْ يُنْصَرُونَ
আৰু তোমালোকে ভয় কৰা সেই দিনটোক, যিদিনা কোনোৱেই কাৰো কামত নাহিব আৰু কোনো ব্যক্তিৰ পৰা বিনিময় গ্ৰহণ কৰা নহ’ব আৰু কোনো ছুপাৰিছও তাৰ কোনো উপকাৰত নাহিব আৰু সিহঁত সহায়প্ৰাপ্তও নহ’ব।)
.
📍Verse/Note:
(6:70) Stay away not only from those who make a jest of your Deen but also from those who treat 
their own religion as play and pastime (7/51). Such people are deluded by worldly attractions. 
Leave them alone but continue to convey to them the teachings of the Quran so that none is 
destroyed through not receiving Allah s guidance. They cannot be protected from ruin by any friend 
or intercessor even if every ransom is offered because it comes through their own wrong-doings. 
They shall have a draught of burning despair and a painful chastisement because of their persistent refusal to acknowledge the truth(pz).
(৭:৫১
الَّذِينَ اتَّخَذُوا دِينَهُمْ لَهْوًا وَلَعِبًا وَغَرَّتْهُمُ الْحَيَاةُ الدُّنْيَا ۚ فَالْيَوْمَ نَنْسَاهُمْ كَمَا نَسُوا لِقَاءَ يَوْمِهِمْ هَٰذَا وَمَا كَانُوا بِآيَاتِنَا يَجْحَدُونَ
যিসকলে সিহঁতৰ দ্বীনক খেল-ধেমালিৰূপে গ্ৰহণ কৰিছিল, আৰু পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছিল। এতেকে আজি আমি সিহঁতক (জাহান্নামত) এৰি দিম, যেনেকৈ সিহঁতে সিহঁতৰ এই দিনৰ সাক্ষাতৰ বাবে আমল কৰা এৰি দিছিল, আৰু (যেনেকৈ) সিহঁতে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল।)
.
🌳৬:৭১
قُلْ أَنَدْعُو مِنْ دُونِ اللَّهِ مَا لَا يَنْفَعُنَا وَلَا يَضُرُّنَا وَنُرَدُّ عَلَىٰ أَعْقَابِنَا بَعْدَ إِذْ هَدَانَا اللَّهُ كَالَّذِي اسْتَهْوَتْهُ الشَّيَاطِينُ فِي الْأَرْضِ حَيْرَانَ لَهُ أَصْحَابٌ يَدْعُونَهُ إِلَى الْهُدَى ائْتِنَا ۗ قُلْ إِنَّ هُدَى اللَّهِ هُوَ الْهُدَىٰ ۖ وَأُمِرْنَا لِنُسْلِمَ لِرَبِّ الْعَالَمِينَ
কোৱা, ‘আল্লাহৰ বাহিৰে আমি এনে কাৰোবাক আহ্বান কৰিম নেকি, যিয়ে আমাৰ কোনো উপকাৰ অথবা অপকাৰ একোৱেই কৰিব নোৱাৰে? আৰু আল্লাহে আমাক হিদায়ত দিয়াৰ পিছত আকৌ আমি পূৰ্বাৱস্থালৈ উভতি যামনে সেই ব্যক্তিৰ দৰে, যাক চয়তানে👿 পৃথিৱীত এনেকৈ মজবুতভাৱে পাইছে যে সি পথ হেৰুৱাই দিশহাৰা হৈছে? তাৰ আছে কিছুমান (ঈমান্দাৰ) সহচৰবৃন্দ, সিহঁতে তাক হিদায়তৰ প্ৰতি আহ্বান কৰি কয়, ‘আহা আমাৰ ফালে আহা’। কোৱা, ‘আল্লাহৰ হিদায়তেই সঠিক হিদায়ত আৰু আমাক আদেশ কৰা হৈছে সৃষ্টিজগতৰ প্ৰতিপালকৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ’।
.

[6:71] Say (Qul'): "Shall we invoke (A'nad'u') other than GOD (Min Duuni-llahi) what (Maa) does not (Laa)
benefit us (Yanfau-naa) nor (Walaa) harm us (Yadurru-naa) and (Wa) turn back (Nuraddu) on (Ålaa) our 
heels (A'qaabi-naa) after (Ba'da) when (Iz') GOD (Ellahu) has guided us (Hadaa-naa)? Like (Ka) one whom 
(Ellazii) the devils (Es'Shayaatiinu) had seduced him (Es'tah'wat'hu) on earth (Fiil' Ar'di) confused (Hai'raana), 
having (Lahu) comrades (As'haabun) invite him (Yad'uunahu) to (ilaa) the Guidance (El'Hudaa), ‘Come to us 
(E'ti-naa).’?” “Say (Qul'): "Indeed (Inna), the guidance of GOD (Hudaa-llahi) is (Huwa) the Guidance (3:73💢)
(El'Hudaa); and (Wa) we have been commanded (Umir'naa) to (Li) submit (Nus'lima) to (Li) the LORD 
(Rabbi) of the worlds (El'Åålamiin).
(৩:৭৩💢
وَلَا تُؤْمِنُوا إِلَّا لِمَنْ تَبِعَ دِينَكُمْ قُلْ إِنَّ الْهُدَىٰ هُدَى اللَّهِ أَنْ يُؤْتَىٰ أَحَدٌ مِثْلَ مَا أُوتِيتُمْ أَوْ يُحَاجُّوكُمْ عِنْدَ رَبِّكُمْ ۗ قُلْ إِنَّ الْفَضْلَ بِيَدِ اللَّهِ يُؤْتِيهِ مَنْ يَشَاءُ ۗ وَاللَّهُ وَاسِعٌ عَلِيمٌ
আৰু যিসকলে তোমালোকৰ দ্বীনৰ অনুসৰণ কৰে তেওঁলোকৰ বাহিৰে আন কাকো বিশ্বাস নকৰিবা’। কোৱা, ‘আল্লাহৰ নিৰ্দেশিত পথেই একমাত্ৰ পথ। এইটো এইবাবে যে, তোমালোকক যিটো দিয়া হৈছে সেয়া আনকো দিব পাৰে অথবা তোমালোকৰ প্ৰতিপালকৰ সন্মুখত সিহঁতে তোমালোকৰ লগত বিতৰ্ক কৰিব’। কোৱা, ‘নিশ্চয় অনুগ্ৰহ আল্লাহৰ হাতত তেওঁ যাক ইচ্ছা তাক সেইটো প্ৰদান কৰে; আৰু আল্লাহ প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।)
.
📍Verse reference:👿
Press the link:
https://muktabulraf.blogspot.com/2021/12/671-referencesaitan.html?m=1
.
🌳 analysis🌳 compiled🌳 syedraf🌳
....ooo....




Popular posts from this blog

🌹Part-1(1:1-7)-Al-Fatiha[📍We should study Quran rather than just recite(38:29,4:82)]

🎯Part-212(11:82-87)Hud