⚫ Al-An'am[Part-122(06:07-20)]
Part-122(6:07-20)ছুৰা:আল-আন'আম
(#muktabulhussain)
.
🌈মিনি সূচিঃPart-122(6:07-20)আল-আন'আম
৬:৭(আকাশৰ পৰা চিধাই কোৰআনখন আহি যোৱা হলেও কাফিৰে বিশ্বাস নকৰি ক'ব,ই যাদু-নোট)
৬:৮-৯(মানুহে দেখাকৈ ফিৰিস্তা আল্লাহে নপথাই, পথালে শেষ বিচাৰ আৰম্ভ হৈ যাব)
৬:১১( মিছলীয়াৰ পৰিনাম বৰ বেয়া)
৬:১২(আল্লাহে নিজৰ ওপৰত 'দয়াক'🦋 কৰ্তব্য হিচাপে লিখি লৈছে-নোট)
৩:১৪{পেগন কোৰেইছসকলৰ মাজত মহম্মদেই (আ:ছা:) প্ৰথম ইছলাম/মুছলিম আছিল-নোট}
৬:১৫(কোৱা(ম:), ‘মই যদি মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰো, তেন্তে নিশ্চয় মই মহা দিৱসৰ শাস্তিৰ পৰা ভয় কৰো’)
৬:১৭(আল্লাহে যদি বিপদ দিয়ে, তেন্তে তেওঁৰ বাহিৰে আন কোনেও তাক দূৰ কৰিব নোৱাৰে, আৰু যদি তেওঁ তোমাক কল্যাণ কৰে তাক কোনেও ৰোধিব নোৱাৰে)
৬:১৯(মহম্মদে (আ:ছা:) কেৱল কোৰআনৰ দ্বাৰা মানুহক সতৰ্ক কৰিছিল)
।।।।
🌈৬:৭
وَلَوْ نَزَّلْنَا عَلَيْكَ كِتَابًا فِي قِرْطَاسٍ فَلَمَسُوهُ بِأَيْدِيهِمْ لَقَالَ الَّذِينَ كَفَرُوا إِنْ هَٰذَا إِلَّا سِحْرٌ مُبِينٌ
আৰু আমি যদি তোমাৰ প্ৰতি কাগজত লিখা কিতাপো অৱতীৰ্ণ কৰিলোহেঁতেন, ফলত সিহঁতে যদি সেয়া হাতেৰে স্পৰ্শও কৰিলেহেঁতেন তথাপিও কাফিৰসকলে ক’লেহেঁতেন, ‘এইটো স্পষ্ট যাদুৰ বাহিৰে আন একো নহয়’।
.
[6:7] And (Wa) if (Law') We had sent down (Nazzal'naa) a writing (book) (Kitaaban) on (Fii) a sheet of paper
(Qir'toasin) to you (Mohammed) (Ålai'ka) and (Fa) they touched it (Lamasuu-hu) with (Bi) their hands (Ai'dii-
him'), those who (Ellaziina) disbelieved (Kafaruu') would have (La) said (Qaala), "This (Haazaa) is only (In'
illa) clear (Mubiin) sorcery (Sih'run)."
.
📍Verse references:
১৫:১৪-১৫
وَلَوْ فَتَحْنَا عَلَيْهِمْ بَابًا مِنَ السَّمَاءِ فَظَلُّوا فِيهِ يَعْرُجُونَ
আৰু যদি আমি সিহঁতৰ বাবে আকাশৰ দুৱাৰ খুলি দিলোহেঁতেন, আৰু সিহঁতে তাত আৰোহণ কৰিলে হয়,
১৫:১৫
لَقَالُوا إِنَّمَا سُكِّرَتْ أَبْصَارُنَا بَلْ نَحْنُ قَوْمٌ مَسْحُورُونَ
তথাপিও সিহঁতে ক’লেহেঁতেন যে, ‘আমাৰ দৃষ্টি সন্মোহিত কৰা হৈছে, বৰং আমি এটা যাদুগ্ৰস্ত সম্প্ৰদায়’।
.
৫২:৪৪
وَإِنْ يَرَوْا كِسْفًا مِنَ السَّمَاءِ سَاقِطًا يَقُولُوا سَحَابٌ مَرْكُومٌ
আৰু আকাশৰ কোনো টুকুৰা ভাঙি পৰা দেখিলেও সিহঁতে ক’ব, ‘এইটো এটা পুঞ্জীভূত মেঘ’।
.
🌈৬:৮
وَقَالُوا لَوْلَا أُنْزِلَ عَلَيْهِ مَلَكٌ ۖ وَلَوْ أَنْزَلْنَا مَلَكًا لَقُضِيَ الْأَمْرُ ثُمَّ لَا يُنْظَرُونَ
আৰু সিহঁতে কয়, ‘কিয় তাৰ ওচৰত কোনো ফিৰিস্তা অৱতীৰ্ণ নহয়?’ আৰু যদি আমি ফিৰিস্তা অৱতীৰ্ণ কৰিলোহেঁতেন, তেন্তে বিষয়টোৰ চূড়ান্ত ফয়চালাই🩸 হৈ গ’লেহেঁতেন, তাৰ পিছত সিহঁতক আৰু কোনো অৱকাশ দিয়া নহ’লেহেঁতেন।
.
[6:8] And (Wa) they said (Qaalu'), "Why (Law') was an angel (Malakun) not (Laa) sent down to him (Unzila
Ålai'hi)?" But (Wa) if (Law') We had sent down (Anzal'naa) an angel (Malakan), the matter (El'Am'ru) would
have been (La) settled (Qudiya); then (Thumma) they would not (Laa) be respited (Yunzoruun).
.
📍Note-1🩸
I.e., Judgment Day would have come - for it is only then that the forces described as angels will manifest themselves to man in their true form and become comprehensible to him. (Cf. a similar passage in 2:210*)(as).
(*২:২১০
هَلْ يَنْظُرُونَ إِلَّا أَنْ يَأْتِيَهُمُ اللَّهُ فِي ظُلَلٍ مِنَ الْغَمَامِ وَالْمَلَائِكَةُ وَقُضِيَ الْأَمْرُ ۚ وَإِلَى اللَّهِ تُرْجَعُ الْأُمُورُ
সিহঁতে এই অপেক্ষাত আছে নেকি যে, আল্লাহ আৰু ফিৰিস্তাসকল মেঘৰ ছাঁত সিহঁতৰ ওচৰত উপস্থিত হ’ব? আৰু সকলো বিষয়ৰ মীমাংসা হৈ যাব? আৰু সকলো বিষয় আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হ’ব।)
.
📍Verse/Note-2
6:8 They ask, "Why is not an angel sent down to him (for them to see)?” Well, if We did send down an angel, the matter would be judged at once. And no further time would be granted them after that.
Note:
Angels to be seen are sent only when the period of respite is over. 16:33, 25:22(as).
১৬:৩৩
هَلْ يَنْظُرُونَ إِلَّا أَنْ تَأْتِيَهُمُ الْمَلَائِكَةُ أَوْ يَأْتِيَ أَمْرُ رَبِّكَ ۚ كَذَٰلِكَ فَعَلَ الَّذِينَ مِنْ قَبْلِهِمْ ۚ وَمَا ظَلَمَهُمُ اللَّهُ وَلَٰكِنْ كَانُوا أَنْفُسَهُمْ يَظْلِمُونَ
সিহঁতে (কাফিৰসকলে) কেৱল সিহঁতৰ ওচৰত ফিৰিস্তা অহাৰ প্ৰতীক্ষা কৰি আছে অথবা তোমাৰ প্ৰতিপালকৰ নিৰ্দেশ অহাৰহে প্ৰতীক্ষা কৰি আছে। সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এনেকুৱাই কৰিছিল। আল্লাহে সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নাছিল, কিন্তু সিহঁতে নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।
.
২৫:২২
يَوْمَ يَرَوْنَ الْمَلَائِكَةَ لَا بُشْرَىٰ يَوْمَئِذٍ لِلْمُجْرِمِينَ وَيَقُولُونَ حِجْرًا مَحْجُورًا
যিদিনা সিহঁতে ফিৰিস্তাসকলক দেখিবলৈ পাব সেইদিনা অপৰাধীসকলৰ বাবে কোনো সুসংবাদ নাথাকিব আৰু সিহঁতে ক’ব, ‘ৰক্ষা কৰা, ৰক্ষা কৰা’।
.
১৫:৮
مَا نُنَزِّلُ الْمَلَائِكَةَ إِلَّا بِالْحَقِّ وَمَا كَانُوا إِذًا مُنْظَرِينَ
আমি ফিৰিস্তাসকলক যথাৰ্থ কাৰণ অবিহণে প্ৰেৰণ নকৰো, আৰু (ফিৰিস্তাসকল উপস্থিত হ’লে) তেতিয়া সিহঁতে অৱকাশও নাপালেহেঁতেন।(sig).
.
Angel: Those who have no proper knowledge believe the malaika to be female angels, the
mythical winged creatures from religious traditions. In some selected verses the word 'malaika'
has been translated as 'angel' purely for illustrative purposes to show that while they say
malaika, their expectation and belief is an angel. See verses 2:30; 11:12; 12:31; 17:92; 25:7; 25:21; 45:14.sig.
.
🌈৬:৯
وَلَوْ جَعَلْنَاهُ مَلَكًا لَجَعَلْنَاهُ رَجُلًا وَلَلَبَسْنَا عَلَيْهِمْ مَا يَلْبِسُونَ
আৰু যদি তেওঁক ফিৰিস্তা কৰিলোহেঁতেন তেন্তে তেওঁক পুৰুষ মানুহৰ আকৃতিতেই পঠিয়ালোহেঁতেন, আৰু সিহঁতক তেনেকুৱা বিভ্ৰমতেই ৰাখিলো হয় যেনেকুৱা বিভ্ৰমত সিহঁত এতিয়া আছে।
.
[6:9] And (Wa) if (Law') We had assigned him (Jaål'naa-hu) an angel (Malakan), We would have (La) made
him (Jaål'naa-hu) a man (Rajulan), and (Wa) We would have (La) dressed them (Labas'na Ålai'him) with
what (Maa) they (p) wear (Yal'bisuun).
.
📍Verse references:
১৭:৯৫
قُلْ لَوْ كَانَ فِي الْأَرْضِ مَلَائِكَةٌ يَمْشُونَ مُطْمَئِنِّينَ لَنَزَّلْنَا عَلَيْهِمْ مِنَ السَّمَاءِ مَلَكًا رَسُولًا
কোৱা, ‘ফিৰিস্তাসকল যদি নিশ্চিন্ত হৈ পৃথিৱীত বিচৰণ কৰিলেহেঁতেন তেন্তে নিশ্চয় আমি আকাশৰ পৰা সিহঁতৰ ওচৰত ফিৰিস্তাকেই ৰাছুল কৰি প্ৰেৰণ কৰিলোহেঁতেন’।
.
৩:১৬৪
لَقَدْ مَنَّ اللَّهُ عَلَى الْمُؤْمِنِينَ إِذْ بَعَثَ فِيهِمْ رَسُولًا مِنْ أَنْفُسِهِمْ يَتْلُو عَلَيْهِمْ آيَاتِهِ وَيُزَكِّيهِمْ وَيُعَلِّمُهُمُ الْكِتَابَ وَالْحِكْمَةَ وَإِنْ كَانُوا مِنْ قَبْلُ لَفِي ضَلَالٍ مُبِينٍ
আল্লাহে মুমিনসকলৰ প্ৰতি অৱশ্যে অনুগ্ৰহ কৰিছে যে, তেওঁ সিহঁতৰ মাজৰ পৰাই সিহঁতৰ ওচৰত এজন ৰাছুল পঠিয়াইছে, যিজনে তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱাত কৰে, সিহঁতক পৰিশুদ্ধ কৰে লগতে কিতাব আৰু হিকমতৰ শিক্ষা দিয়ে, যদিও সিহঁতে ইয়াৰ আগত স্পষ্ট বিভ্ৰান্তিত আছিল।
(বিঃদ্ৰঃ- এই আয়াত ওপৰৰ আয়াতৰ প্ৰসংগত সংযোগ কৰা হৈছে। এই আয়াতৰ লগত তথা-কথিত হাদিসৰ কোনো সন্মন্ধ নাই। তলৰ লিংকত ৩:১৬৪ৰ টোকা চাওঁক:
.
🌈৬:১০
وَلَقَدِ اسْتُهْزِئَ بِرُسُلٍ مِنْ قَبْلِكَ فَحَاقَ بِالَّذِينَ سَخِرُوا مِنْهُمْ مَا كَانُوا بِهِ يَسْتَهْزِئُونَ
আৰু তোমাৰ পূৰ্বে বহুতো ৰাছুলক উপহাস কৰা হৈছে। ফলত যিসকলে তেওঁলোকৰ লগত উপহাস কৰিছিল সিহঁতক সিহঁতৰ উপহাসেই পৰিবেষ্টন কৰি লৈছে।
.
[6:10] And (Wa) certainly (Laqadi) messengers (Rusulin) were ridiculed (Es'tuh'zia Bi) before you (s) (Min
Qab'li-ka), but (Fa) those who (Ellaziina) ridiculed them (Sakhiru' Min'hum) were afflicted (Haaqa Bi) for
what (Maa) they were (Kaanu') ridiculing (Yas'tah'ziuun Bihi).
.
🌈৬:১১
قُلْ سِيرُوا فِي الْأَرْضِ ثُمَّ انْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الْمُكَذِّبِينَ
কোৱা, ‘তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰা, তাৰ পিছত চোৱা, যিসকলে মিথ্যাৰোপ কৰিছিল সিহঁতৰ পৰিণাম কি হৈছিল’!
.
[6:11] Say (Qul'): "Travel (Siiru') on earth (Fiil' Ar'di) and then (Thumma) observe (Enzuru') how (Kai'fa) was
(Kaana) the end (Ååqibatu) of the deniers (El'Mukazzibiin)."
.
📍Verse/Note:
6:11 Say, “Travel through the earth and notice the end of those who denied these laws.”
Note:
Taking lessons from history as we travel in order to comprehend the laws of the Rise and Fall of nations(sa).
.
🌈৬:১২
قُلْ لِمَنْ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۖ قُلْ لِلَّهِ ۚ كَتَبَ عَلَىٰ نَفْسِهِ الرَّحْمَةَ ۚ لَيَجْمَعَنَّكُمْ إِلَىٰ يَوْمِ الْقِيَامَةِ لَا رَيْبَ فِيهِ ۚ الَّذِينَ خَسِرُوا أَنْفُسَهُمْ فَهُمْ لَا يُؤْمِنُونَ
কোৱা, ‘আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেয়া কাৰ’? কোৱা, ‘আল্লাহৰেই’, তেওঁ নিজৰ ওপৰত 'দয়াক'🦋 কৰ্তব্য হিচাপে লিখি লৈছে। কিয়ামতৰ দিনা তেওঁ নিশ্চয় তোমালোকক একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই। যিসকলে নিজেই নিজৰ ক্ষতি কৰিছে সিহঁতে ঈমান পোষণ নকৰিব।
.
[6:12] Say (Qul): "To whom belongs (Liman) whatever (Maa) is in (Fii) the heavens (Es'Samaawaati) and the
earth (Wal' Ar'di)?" Say (Qul): "To GOD (Lillahi).” HE has decreed (Kataba) Mercy (Er'Rah'mata) upon (Ålaa)
Himself (Naf'si-hi). HE will (La) assemble you (Yaj'ma'ånnakum') for (ilaa) the Day of Resurrection (Yaw'mil'
Qiyaamati) about which (Fiihi) there is no (Laa) doubt (Rai'ba). As for (Fa) those who (Ellaziina) have lost
(Khasiruu') their souls (Anfusa-hum'), they (Hum') will not (Laa) believe (Yu'minuun).
.
📍Verse/Note-1
6:12 (From history, let them turn their attention to the Universe.) Say, “To whom belongs all that is in the heavens and earth?” Say, “To God. He has prescribed for Himself mercy.” (He nourishes the entire Universe as a mother’s womb nourishes the fetus with no returns, while meeting its needs at all stages of development. He does not task individuals and nations to doom, without giving them a period of respite to mend their behavior.) He will assemble all individuals and nations on the Day when humanity stands on its feet, and ultimately on the Day of Resurrection about which there is no doubt. Only those who have lost their own ‘self’ will keep denying the truth(sa).
.
The expression "God has willed upon Himself as a law" (kataba `ala nafsihi) occurs in the Qur'an only twice - here and in verse 6:54 of this surah - and in both instances with reference to His grace and mercy (rahmah); none of the other divine attributes has been similarly described. This exceptional quality of God's grace and mercy is further stressed in 7:156(as).
.
(See the verses 7:156, 6:54; 85:16 in Assamese: Link:
.
📍Note-🦋
Mercy: a discipline God maintains. This mercy is not a reprieve from punishment but it is like
the balm that heals the wound, should a person return to guidance and repair the damage to his
Self and thus redeem himself. See verses and footnotes 6:54; 85:16.sig.
.
🌈৬:১৩
۞ وَلَهُ مَا سَكَنَ فِي اللَّيْلِ وَالنَّهَارِ ۚ وَهُوَ السَّمِيعُ الْعَلِيمُ
আৰু ৰাতি আৰু দিনত যি যি অৱস্থান কৰে সেই সকলোবোৰ তেওঁৰেই, আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
.
[6:13] And (Wa) to HIM belongs (Lahu) whatever (Maa) rests (Sakana) in (Fii) the night (Ellai'li) and (Wa)
the daytime (En'Nahaari), and (Wa) HE (Huwa) is the HEARING (Es' Samiiu), the OMNISCIENT (El' Åliim).
.
🌈৬:১৪
قُلْ أَغَيْرَ اللَّهِ أَتَّخِذُ وَلِيًّا فَاطِرِ السَّمَاوَاتِ وَالْأَرْضِ وَهُوَ يُطْعِمُ وَلَا يُطْعَمُ ۗ قُلْ إِنِّي أُمِرْتُ أَنْ أَكُونَ أَوَّلَ مَنْ أَسْلَمَ ۖ وَلَا تَكُونَنَّ مِنَ الْمُشْرِكِينَ
কোৱা, ‘মই আকাশমণ্ডল আৰু পৃথিৱীৰ স্ৰষ্টা আল্লাহক এৰি আনক অভিভাৱকৰূপে গ্ৰহণ কৰিম নেকি? তেৱেঁই আহাৰ প্ৰদান কৰে কিন্তু তেওঁক আহাৰ প্ৰদান কৰা নহয়’। কোৱা, ‘নিশ্চয় মোক আদেশ কৰা হৈছে যে, যিসকলে ইছলাম গ্ৰহণ কৰিছে ময়েই যেন সিহঁতৰ মাজত প্ৰথম💐 হওঁ, (মোক আৰু আদেশ কৰা হৈছে যে) তুমি কেতিয়াও মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা’।
.
[6:14] Say (Qul'): "Is it other than GOD (A-gai'rallahi) I should take (A'ttakhizu) as a guardian (Waliyyan);
Originator (Faatiri) of the heavens (Es'Samaawaati) and the earth (Wal' Ar'di), HE (Huwa) provides food
(Yut'emu) but (Wa) HE is not (Laa) fed (Yut'åm')?" Say (Qul'): "I (Innii) have been commanded (Umir'tu) to (An) be (Akuuna) the first (6:163💐) (Awwala) of those who (Man') submit (As'lama) and not (Walaa) to be
(Takuunanna) among (Mina) the polytheists (El'Mush'rikiin)."
.
📍Verse references:
৩৯:৬৪
قُلْ أَفَغَيْرَ اللَّهِ تَأْمُرُونِّي أَعْبُدُ أَيُّهَا الْجَاهِلُونَ
কোৱা, ‘হে অজ্ঞসকল! তোমালোকে মোক আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰিবলৈ নিৰ্দেশ দিয়া নেকি’?
.
৫১:৫৬
وَمَا خَلَقْتُ الْجِنَّ وَالْإِنْسَ إِلَّا لِيَعْبُدُونِ
আৰু মই জিন আৰু মানুহক কেৱল এই বাবেই সৃষ্টি কৰিছো যে, সিহঁতে কেৱল মোৰেই ইবাদত কৰিব।
.
৬:১৬৩💐
لَا شَرِيكَ لَهُ ۖ وَبِذَٰلِكَ أُمِرْتُ وَأَنَا أَوَّلُ الْمُسْلِمِينَ
‘তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মোক ইয়াৰেই নিৰ্দেশ দিয়া হৈছে, আৰু মুছলিমসকলৰ (আত্মসমৰ্পনকাৰী) মাজত ময়েই প্ৰথম’।
(Indeed Muhammed was the first Muslim amongst the Quraish who were a Pagan tribe).
.
🌈৬:১৫
قُلْ إِنِّي أَخَافُ إِنْ عَصَيْتُ رَبِّي عَذَابَ يَوْمٍ عَظِيمٍ
কোৱা, ‘মই যদি মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰো, তেন্তে নিশ্চয় মই মহা দিৱসৰ শাস্তিৰ পৰা ভয় কৰো’।
.
[6:15] Say (Qul'): "Indeed (Innii), I fear (Akhaafu) the punishment (Åzaaba) of a terrible (Åziimi) day
(Yaw'min), if (In') I should disobey (Åsoi'tu) my LORD (Rabbii)."
.
🌈৬:১৬
مَنْ يُصْرَفْ عَنْهُ يَوْمَئِذٍ فَقَدْ رَحِمَهُ ۚ وَذَٰلِكَ الْفَوْزُ الْمُبِينُ
‘সেইদিনা যাৰ পৰা এই শাস্তি আঁতৰাই লোৱা হ’ব, তাৰ প্ৰতি আল্লাহে দয়াহে কৰিলে আৰু এইটোৱেই স্পষ্ট সফলতা’।
.
[6:16] Whoever (Man) is diverted from it (Yus'raf' Ån'hu), on that day (Yaw'maizin), then (Fa) HE (God) has been
(Qad') merciful to him (Rahima-hu). And (Wa) that (Zaalika) is a clear (El'Mubiin) achievement (El'Faw'zu).
.
🌈৬:১৭
وَإِنْ يَمْسَسْكَ اللَّهُ بِضُرٍّ فَلَا كَاشِفَ لَهُ إِلَّا هُوَ ۖ وَإِنْ يَمْسَسْكَ بِخَيْرٍ فَهُوَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
আৰু আল্লাহে যদি তোমাক কোনো বিপদৰ দ্বাৰা স্পৰ্শ কৰে, তেন্তে তেওঁৰ বাহিৰে আন কোনেও তাক দূৰ কৰিব নোৱাৰে, আৰু যদি তেওঁ তোমাক কোনো কল্যাণৰ দ্বাৰা স্পৰ্শ কৰে, তেন্তে (জানি থোৱা) তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
.
[6:17] And (Wa) if (In) GOD (Ellahi) should touch you (s) (Yam'sas'ka) with (Bi) adversity (Durrin), there is
no (Falaa) remover (Kaashifa) of it (Lahu) except (illa) HIM (Huwa). And (Wa) if (In) HE touches you (s)
(Yam'sas'ka) with (Bi) good (Khai'rin), then (Fa) HE (Huwa) is capable (Qadiir) of (Ålaa) all (Kulli) things (Shai'in).
.
📍 Verse ref:
৩৫:২
مَا يَفْتَحِ اللَّهُ لِلنَّاسِ مِنْ رَحْمَةٍ فَلَا مُمْسِكَ لَهَا ۖ وَمَا يُمْسِكْ فَلَا مُرْسِلَ لَهُ مِنْ بَعْدِهِ ۚ وَهُوَ الْعَزِيزُ الْحَكِيمُ
আল্লাহে মানুহৰ বাবে যি অনুগ্ৰহ মুকলি কৰি দিয়ে সেয়া ৰোধ কৰিবলৈ কোনো নাই আৰু তেওঁ যিটো ৰোধ কৰে, তাৰ পিছত সেইটো মুকলি কৰিবলৈও কোনো নাই। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
.
🌈৬:১৮
وَهُوَ الْقَاهِرُ فَوْقَ عِبَادِهِ ۚ وَهُوَ الْحَكِيمُ الْخَبِيرُ
আৰু তেৱেঁই নিজ বান্দাসকলৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণকাৰী, আৰু তেওঁ প্ৰজ্ঞাময়, সম্যক অৱহিত।
.
[6:18] And (Wa) HE (Huwa) is the Vanquisher (El'Qaahiru) over (Faw'qa) HIS servants (Ebaadi-hi). And
(Wa) HE (Huwa) is the WISE (El' Hakiimu), the COGNIZANT (El' Khabiir).
.
📍Verse ref:
৫৩:৪২
وَأَنَّ إِلَىٰ رَبِّكَ الْمُنْتَهَىٰ
আৰু নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই হৈছে শেষ গন্তব্য,
.
🌈৬:১৯(Muhammed was Given Only the Quran).
قُلْ أَيُّ شَيْءٍ أَكْبَرُ شَهَادَةً ۖ قُلِ اللَّهُ ۖ شَهِيدٌ بَيْنِي وَبَيْنَكُمْ ۚ وَأُوحِيَ إِلَيَّ هَٰذَا الْقُرْآنُ لِأُنْذِرَكُمْ بِهِ وَمَنْ بَلَغَ ۚ أَئِنَّكُمْ لَتَشْهَدُونَ أَنَّ مَعَ اللَّهِ آلِهَةً أُخْرَىٰ ۚ قُلْ لَا أَشْهَدُ ۚ قُلْ إِنَّمَا هُوَ إِلَٰهٌ وَاحِدٌ وَإِنَّنِي بَرِيءٌ مِمَّا تُشْرِكُونَ
কোৱা, ‘কোনটো বস্তু আটাইতকৈ ডাঙৰ সাক্ষী’? কোৱা, ‘আল্লাহ, মোৰ আৰু তোমালোকৰ মাজত সাক্ষ্যদাতা, আৰু এই কোৰআন⛱️ মোৰ ওচৰত অহী কৰা হৈছে যাতে তোমালোকক আৰু যাৰ ওচৰলৈকে ই গৈ পাব সিহঁতক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰো। তোমালোকে এই সাক্ষী বহন কৰা নেকি যে, আল্লাহৰ লগত আন কোনোবা ইলাহ আছে’? কোৱা, ‘মই এই সাক্ষ্য নিদিওঁ’। কোৱা, ‘তেৱেঁই হৈছে একমাত্ৰ প্ৰকৃত ইলাহ আৰু তোমালোকে যি অংশীদাৰ স্থাপন কৰা তাৰ পৰা মই নিশ্চয় বিমুক্ত’।
.
[6:19] Say (Qul'): "What (Ayyu) at all (Shai'in) is greater (Ak'baru) in testimony (Shahaada')?" Say (Quli):
"GOD (Ellahu) is a Witness (Shahiidu) between me and you (p) (Bai'nii Wa Bai'na-kum)
that this (Haaza) Koran
(El'Qur'aanu) has been inspired (Uuhiya) to me (ilayya) in order to (Li) warn you (🍒21:45) (Unzira-kum) by it
(Bihi) and whoever (Waman) it may reach (Balaga). Have you indeed (A-innakum') been (La) testifying
(Tash'haduuna) that (Anna) there are other (Ukh'raa) gods (Aalihatan) with (Maå) the GOD (Ellahi)?” Say
(Qul): "I do not (Laa) testify (-Ash'hadu)." Say (Qul): "HE (Huwa) is only (Innama) One (Waahidun) God
(ilaahun), and indeed, I am (Innanii) free (Bariiun) from what (Mimma) you associate (idolize) (Tush'rikuun)."
(২১:৪৫🍒
قُلْ إِنَّمَا أُنْذِرُكُمْ بِالْوَحْيِ ۚ وَلَا يَسْمَعُ الصُّمُّ الدُّعَاءَ إِذَا مَا يُنْذَرُونَ
কোৱা, ‘মই কেৱল অহীৰ দ্বাৰাহে তোমালোকক সতৰ্ক কৰো’; কিন্তু যিসকল বধিৰ সিহঁতক যেতিয়া সতৰ্ক কৰা হয় তেতিয়া সিহঁতে সেই আহ্বান নুশুনে।)
.
📍Verse/Note:
6:19 Say (O Messenger), "What could be the greatest witness?” Say, “God is Witness between me and you. This Qur’an has been revealed to me so that I may warn you as well as whomever it reaches. Do you bear witness that there are other deities besides God?” Say, “I bear no such witness.” Say, “He is the One God. I disown what you associate with Him.”(sa).
.
Accepting other authorities besides the Quran to define God's system is considered polytheism (6:112; 7:2; 9:31; 17:46; 16:89; 45:6; 42:21).
.
⛱️Quran: Whose testimony is greater than God's revealed guidance? (Arabic: akbaru shahadatan).
9:72; 29:45. To accept other conflicting laws (or books of law) is the same as accepting an authority
as equal or to rival God. This is shirk: treason or treachery against God. Witness: see verse 63:1; 6:19.
See also verses 4:82; 6:114. 9:1-10; 39:23. Great: supreme, majestic, elite, important, exalted,
elder/leader/chief. (Arabic: akbar Root K'B'R. Derivatives: akbara, akbaru, yakbaroo). See verses and
God's greatness: 9:72; 29:45. Greater 10:61. Great challenge: 9:3. and 7:75.sig
.
🌈৬:২০
الَّذِينَ آتَيْنَاهُمُ الْكِتَابَ يَعْرِفُونَهُ كَمَا يَعْرِفُونَ أَبْنَاءَهُمُ ۘ الَّذِينَ خَسِرُوا أَنْفُسَهُمْ فَهُمْ لَا يُؤْمِنُونَ
আমি যিসকলক কিতাব প্ৰদান কৰিছো সিহঁতে তেওঁক এনেকৈ চিনি পায় যেনেকৈ সিহঁতে নিজ সন্তানক চিনি পায়। যিসকলে নিজেই নিজৰ ক্ষতি সাধন কৰিছে সিহঁতে ঈমান পোষণ নকৰিব।
.
[6:20] Those (Ellaziina) to whom We gave (Aata'naa-humu) the Book (El'Kitaaba) recognize it (Ya'rifuuna-
hu) as (Kama) they recognize (Ya'rifuuna) their children (2:146) (Ab'naa'a-humu). As for (Fa-) those who
(Ellaziina) have lost (Khasiruu') their souls (Anfusa-hum'), they (-Hum) will not (Laa) believe (Yu'minuun).
।।।।
🌈 analysis🌈 compiled🌈 syedraf🌈
....ooo....